প্ৰতিৱেশী

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

বাংলাদেশত সংঘটিত হৈছে আন এক হিন্দু পৰিয়ালৰ হত্যাকাণ্ড। জানিব পৰা মতে ৰংপুৰত এজন শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক নৃশংসভাৱে হত্যা...

Read moreDetails

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমখন টেষ্টত জয়লাভ কৰি বাংলাদেশে ইতিহাস ৰচনা কৰে। দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াই সেই দলটোক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰিলে। দ্বিতীয় টেষ্টৰ...

Read moreDetails

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

২০ জন চীনা নাগৰিককে ধৰি ২৪ জন নাৱিক কঢ়িয়াই অনা চীন অভিমুখী এখন মালবাহী জাহাজ বংগোপসাগৰত সন্ধানহীন হৈছে। ওড়িশাৰ পাৰাদ্বীপ...

Read moreDetails

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

এয়া কোন বাংলাদেশ? কোনে জানিছিল যে এসময়ত বিপক্ষ দলৰ সন্মুখত মূৰ তুলি থিয় দিব নোৱাৰা টাইগাৰ বাহিনীয়ে ঘৰৰ মাটিত গৈ...

Read moreDetails

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

আমেৰিকাই চীনৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে। কিন্তু এইবাৰ ভাৰতৰ বিৰুদ্ধে, সেই শুল্ক পৰিহাৰ কৰি চীনৰ সামগ্ৰী আমেৰিকাৰ বজাৰলৈ আমদানি...

Read moreDetails

লালকিল্লা বিস্ফোৰণৰ আঁৰত আছিল আল কায়দা! ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

যোৱা বছৰৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ কাৰ বোমা বিস্ফোৰণৰ আঁৰত আছিল আল কায়দা। এই দাবী এইবাৰ...

Read moreDetails

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

চীনৰ ইউনান প্ৰদেশৰ চিকিৎসকে এজন লোকৰ পেটৰ পৰা ১৮০টা লোহাৰ গজালকে ধৰি বিভিন্ন ধাতুৰ বস্তু উলিয়াইছে। এই বস্তুবোৰৰ ভিতৰত আছিল...

Read moreDetails

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

অত্যাচাৰী জুন্টা চৰকাৰৰ পৰা ম্যানমাৰৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ তেওঁৰ সংগ্ৰাম অবিস্মৰণীয়। সেই সংগ্ৰামৰ বাবেই তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।...

Read moreDetails

৫ আগষ্টতেই দেশলৈ উভতি অহাৰ দিন ঘোষণা কৰিব নেকি শ্বেখ হাছিনাই? বুধবাৰৰ বিয়লিলৈ সকলোৰে অপেক্ষা

৫ আগষ্টত দেশ এৰিছিল শ্বেখ হাছিনাই। জুলাই মাহৰ তীব্ৰ আন্দোলনৰ পিছত আগষ্ট মাহত বাংলাদেশত হাছিনা চৰকাৰৰ পতন ঘটিছিল। দুবছৰৰ পাছত...

Read moreDetails

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

ভাৰত-চীনে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে পূব ছিকিমৰ ১৪ হাজাৰ ফুটতকৈও অধিক উচ্চতাৰ নাথু লা...

Read moreDetails
Page 3 of 189 1 2 3 4 … 189

Stay Connected

Recent News