গোলাঘাটত মৰেল পুলিচৰ আক্ৰমণৰ বলি হৈ এজন যুৱকে প্ৰাণ হেৰুওৱাৰ মৰ্মান্তিক খবৰ পোহৰলৈ আহিছে। মোবাইল চুৰিৰ সন্দেহত কুন্দন মুৰা নামৰ...
Read moreDetailsগুৱাহাটী আৰক্ষীয়ে সোমবাৰে নিশা মহানগৰীৰ লাচিত নগৰ অঞ্চলত এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱা এজন আদবয়সীয়া লোকক গ্ৰেপ্তাৰ কৰে। লাচিত নগৰৰ...
Read moreDetailsবহিঃৰাজ্যত আকৌ ধৰ্ষণৰ বলি হৈছে অসমৰ যুৱতী। দক্ষিণৰ ৰাজ্য বেংগালুৰুত সংঘটিত হৈছে এই জঘন্য কাণ্ড। খবৰ অনুসৰি ভুক্তভোগী ২০ বছৰীয়া ...
Read moreDetailsঅসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, হিমন্ত বিশ্ব আৰু বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য, আছুৰ বিজেপি তুষ্টিকৰণ আৰু হীৰেন গোহাঁই সম্পৰ্কীয়...
Read moreDetailsৰাজ্যত শাক-পাচলি, খাদ্য সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বাবে মুছলমান সম্প্ৰদায়ৰ মিঞাসকলক জগৰীয়া কৰাৰ উপৰি কেব-চালক, বাছ চালক আদিৰ কাম তেওঁলোকেই কুক্ষিগত...
Read moreDetailsদেওবাৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক...
Read moreDetailsগুৱাহাটীবাসী সাৱধান। সম্ভাৱনা আছে যে আপুনি নথকা সময়ত দুৰ্বৃত্তই বাহনত এৰি থৈ যোৱা আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ চুৰি কৰিব পাৰে। সোমবাৰে...
Read moreDetailsআছুত তৃণমূল পৰ্যায়ত অজস্ৰ আৰু সন্দেহাতীতভাৱে অসম প্ৰেমী যুৱ কৰ্মী আছে ৷ কিন্তু নেতৃত্বৰ কেতবোৰ সুবিধাবাদী অৱস্থানে সংগঠনটোৰ যিদৰে গৰিমা...
Read moreDetailsমূল্যবৃদ্ধিৰ বাবে মিঞাক দোষাৰোপ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেৱল দেশতে সমালোচনা সীমাৱদ্ধ হৈ থকা নাই। আন্তঃৰাষ্ট্ৰীয় স্তৰতো...
Read moreDetailsদিল্লীৰ শেহতীয়া বান পৰিস্থিতিক লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই। দিল্লীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd