নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত অভিযানৰ সামৰণি পৰিব; জনালে ৰাছিয়াই

ইউক্ৰেইনৰ ভূমি ব্যৱহাৰ কৰি ৰাছিয়াৰ প্ৰতি নাটোৰ ভাবুকি বন্ধ হ’লেই ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ অন্ত পৰিব বুলি মস্কোই ঘোষণা কৰিছে।...

Read moreDetails

চতুৰ্থ ঢৌ: দেশত বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত ?

কোভিডৰ চতুৰ্থ ঢৌৱে এতিয়া কোবাই গৈছে সমগ্ৰ দেশকে। দেশৰ কেইবাখনো ৰাজ্যত এতিয়া কালান্তক কোভিডে পুনৰ মূৰ দাঙি উঠিছে। বিগত ২৪...

Read moreDetails

জাহাংগীৰপুৰীৰ উত্তেজনাৰ মাজতে দিল্লীত বিজেপি নেতাক গুলীয়াই হত্যা

দিল্লীৰ জাহাংগীৰপুৰীৰ উচ্ছেদ অভিযানকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে ৰাজধানী চহৰ খনত এজন বিজেপি নেতাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। পূব...

Read moreDetails

দুদিনীয়া ভ্ৰমণসূচীলৈ ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

দুদিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ আজি ভাৰতত উপস্থিত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন । আজি জনছনে নতুন দিল্লীৰ পৰিৱৰ্তে গুজৰাটৰ আহমেদাবাদত...

Read moreDetails

জাহাংগীৰপুৰীৰ উচ্ছেদ: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি, কি নিৰ্দেশ দিলে ন্যায়ালয়ে?

উত্তৰ দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত বেদখলকাৰীসকলৰ বিৰুদ্ধে উত্তৰ দিল্লী পৌৰ নিগমে (এনডিএমচি) চলাই থকা উচ্ছেদ অভিযান সন্দৰ্ভত আজি পুনৰ উচ্চতম ন্যায়ালয়ত...

Read moreDetails

গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক

গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দলিত সম্প্ৰদায়ৰ  বিধায়ক জিগনেশ মেৱানীক। গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয়  বিধায়ক জনৰ বিৰুদ্ধে অসমত ৰুজু...

Read moreDetails

ৰাজ্যত একেনিশাই দুটাকৈ এনকাউণ্টাৰৰ ঘটনা: আৰক্ষীৰ গুলীত আহত সাংবাদিক, শিশু বলাৎকাৰী

যোৱা নিশা ৰাজ্যত দুটাকৈ আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাত এজন সাংবাদিককে ধৰি এজন শিশু বলাৎকাৰী আহত হয়। এনকাউণ্টাৰৰ প্ৰথম ঘটনাটো ঘটে ধুবুৰী...

Read moreDetails

৫২৪ বছৰীয়া পৰম্পৰা: মহাপ্ৰভু গোপাল- জগন্নাথ থান সত্ৰৰ গোহাঁই বাঁহ ফুৰোৱা উৎসৱৰ সামৰণি

নৱ গঠিত তামুলপুৰ জিলাৰ কচুবাৰীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভু গোপাল আৰু জগন্নাথ থান সত্ৰৰ অন্তৰ্গত সাত খনকৈ গাওঁত উদযাপন কৰা হৈছে মহাপ্ৰভু...

Read moreDetails

পাশৱিক: এগৰাকী ১৩ বছৰীয়া ছোৱালীক বলাৎকাৰ কৰিলে ৮০ জন লোকে!

মানুহৰ চৰিত্ৰৰ কেনেদৰে স্খলন ঘটিছে, কিদৰে অপমৃত্যু ঘটিছে নৈতিকতা বোলা শব্দটোৰ তাৰ শেহতীয়া প্ৰমাণ পোৱা গ'ল অন্ধ্ৰপ্ৰদেশত। এগৰাকী ১৩ বছৰীয়া...

Read moreDetails

‘বিজেপিয়ে বুলডজাৰ দলীয় প্ৰতীক কৰক’, কোনে দিলে পৰামৰ্শ?

উত্তৰ প্ৰদেশৰ পিছত দেশৰ ৰাজধানী চহৰ নতুন দিল্লীতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বুলডজাৰেৰে অট্টালিকা ধ্বংস কৰা কাৰ্যই সমগ্ৰ দেশজুৰি...

Read moreDetails
Page 1564 of 5973 1 1,563 1,564 1,565 5,973

Stay Connected

Recent News