দিল্লীৰ চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাইছে ৩ লাখ শিক্ষাৰ্থী; জনালে উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই

দিল্লী বিধানসভাত চলি থকা বাজেট অধিৱেশনত নিজৰ ভাষণ ৰখা সময়ত উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই শনিবাৰে কয় যে আপ চৰকাৰৰ কাৰ্যকালত...

Read moreDetails

মধ্যবিত্তৰ মূৰত মাধমাৰ! পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ পিছত এইবাৰ ১ এপ্ৰিলৰ পৰা বাঢ়িব ঔষধৰ দাম

মধ্যবিত্তৰ মূৰত মাধমাৰ শোধাই সুখনিদ্ৰাত পৰিছে চৰকাৰ। পুনৰ চিন্তা বৃদ্ধি কৰি ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। পেট্ৰ’ল-ডিজেল,...

Read moreDetails

যুদ্ধৰ খবৰ: ৰাছিয়াৰ আৰু এজন জেনেৰেলক হত্যা কৰাৰ দাবী ইউক্ৰেইনৰ সেনাৰ

ইউক্ৰেইনৰ দক্ষিণৰ খেৰছন অঞ্চলৰ ছোৰনোবাইভ’কাত এজন ৰাছিয়ান জেনেৰেলক হত্যা কৰাৰ দাবী কৰিছে ইউক্ৰেইনৰ সেনা বাহিনীয়ে। তেওঁলোকে জানিবলৈ দিছে যে নিহত...

Read moreDetails

ইউক্ৰেইন যুদ্ধ: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ‘বাতিল সংস্কৃতি’ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে জে কে ৰাউলিঙে

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ দেশৰ সৈতে কৰা পাশ্চাত্যৰ আচৰণক হেৰী প’টাৰৰ লেখিকাই সন্মুখীন হোৱা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৈতে তুলনা কৰাৰ পিছত জে...

Read moreDetails

ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ ঘোষণা: অহা বছৰৰ পৰাই হ’ব মহিলা আইপিএল

যোৱা কেইবছৰ ধৰি মহিলা আইপিএল অনুষ্ঠিত কৰা বিষয়কলৈ চৰ্চা চলিছিল। ভাৰতীয় ক্ৰিকেট বোৰ্ডেও এই সম্পৰ্কত তেওঁলোকৰ পৰিকল্পনা থকাৰ কথা সদৰী...

Read moreDetails

বিহু নাচৰ কৰ্মশালাৰ সমান্তৰালকৈ এতিয়া ঢোল প্ৰস্তুত কৰা শিল্পীৰ দোকানতো বাঢ়িছে ব্যস্ততা

হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ এতিয়া গাঁৱে-ভূঞে, চহৰে-নগৰে সীমাহীন ব্যস্ততা। বিহু নাচ, বিহু গীতৰ সমান্তৰালকৈ এতিয়া লোক বাদ্য ঢোল প্ৰস্তুত কৰা...

Read moreDetails

যোৰহাটত কেকো সাপ সহ গ্ৰেপ্তাৰ কেকো সাপৰ চোৰাং ব্যৱসায়ী

যোৰহাটত আজি কেকো সাপ সহ এজন কেকো সাপৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে l যোৰহাট গড়মূৰ থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ...

Read moreDetails

আমনিত ২৭টা গৰুসহ এখন ট্ৰাক জব্দ; আটক তিনি চোৰাং বেপাৰী

গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো এচাম গো-মাফিয়াই বহি:ৰাজ্যলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে। নগাঁও...

Read moreDetails

হাতীডুবাত এছএছবি আৰু বন বিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ জব্দ বাহন

তামুলপুৰ জিলাৰ কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ হাতীডুবাত এছএছবি আৰু বনবিভাগৰ অভিযানত চেগুন কাঠৰ কুণ্ডা সহ এখন মহিন্দ্ৰ পিকআপ...

Read moreDetails
Page 1602 of 5974 1 1,601 1,602 1,603 5,974

Stay Connected

Recent News