বাৰেৰহনীয়া লোকসংগীত-নৃত্যৰ সাংস্কৃতিক চাৰিদিনীয়া অনুষ্ঠানসূচীৰে আনুষ্ঠানিকভাৱে কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শিল্পগ্ৰাম মহোৎসৱ-২০২২ ৰ। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ...
Read moreDetailsছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত মহিলা হিচাপে প্ৰথম ৩০ কোটি ফলোৱাৰৰ অভিলেখ গঢ়িছে কাইলি জেনাৰে। বৰ্তমান মাত্ৰ ২৪ বছৰীয়া জনপ্ৰিয় মডেল...
Read moreDetailsদক্ষিণৰ চলচ্চিত্ৰ জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ অভিনেতা নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ বাতৰিয়ে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ...
Read moreDetailsহৰিদ্বাৰত শেহতীয়াকৈ 'ধৰ্ম সংসদ'ত ঘৃণা ভৰা ভাষণৰ অভিযোগত অভিযুক্ত ধৰ্মীয় নেতা য়াতি নৰসিংহানন্দক গ্ৰেপ্তাৰ কৰা হৈছে৷ যোৱা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱা...
Read moreDetailsদেশৰ ২৯ খন ৰাজ্যত এতিয়া চলিছে কোভিডৰ সংহাৰ। কোভিডৰ দক্ষিণ আফ্ৰিকাৰ পজাতি অমিক্ৰনৰ সংহাৰেও এতিয়া চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰৰ...
Read moreDetailsভাৰতে প্রথমবাৰৰ বাবে ফিলিপাইনছক বিক্ৰী কৰিব ব্ৰাহ্মছ এৰোস্পেচৰ মিছাইল। ভাৰতে ইমান দিনে বিশ্বৰ কোনো দেশকে এই মিছাইল বিধ বিক্ৰী কৰা...
Read moreDetailsসেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে শনিবাৰে কয় যে ভাৰতীয় সেনাই দেশৰ সীমাত একপক্ষীয়ভাৱে প্রথমে কোনো বিৰুদ্ধ স্থিতি গ্ৰহণ নকৰে।...
Read moreDetailsএখন কনভেন্টত এগৰাকী নানক ধৰ্ষণ কৰাৰ অভিযোগৰ পৰা ৰোমান কেথলিক বিশ্বপ ফ্ৰাঙ্কো মুলাক্কালক নিৰ্দোষী সাব্যস্ত কৰাৰ এদিন পিছতে কেৰালা আৰক্ষীয়ে...
Read moreDetailsমুম্বাইস্থিত ৰিয়েলটি গ্ৰুপ ওমকাৰ ৰিয়েলটাৰ্ছৰ মুঠ প্ৰায় ৪১০ কোটি টকাৰ ফ্লেট আৰু ভূমি আৰু অভিনেতা-প্ৰযোজক শচীন যোশীৰ এটা কোম্পানীৰ ফ্লেট...
Read moreDetailsবিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰাই মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ ওপৰত ২০১৪চনত মুক্তি লাভ কৰা ছবি ‘মেৰীকম’ৰ মুল চৰিত্ৰটোত অভিনয় কৰিছিল।ছবিখনে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd