DMCA.com Protection Status

নাগালেণ্ডত ২০২১ চনৰ ৩১ জানুৱাৰি পৰ্যন্ত ফটকাৰ বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ পালন কৰি নাগালেণ্ড চৰকাৰে দিপাৱলীৰ সময়ত ৰাজ্যখনত ফটকাৰ ব্যৱহাৰ আৰু বিক্ৰী বন্ধ কৰিছে। নাগালেণ্ড চৰকাৰে এক...

Read more

আলফা(স্বা)ত মোক্ষম আঘাত : আলফা(স্বা)ৰ দুধৰ্ষ নেতা দৃষ্টি ৰাজখোৱাৰ মেঘালয়ত আত্মসমৰ্পণ

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ত মোক্ষম আঘাত। আলফা(স্বা)ৰ দুধৰ্ষ নেতা তথা উপ মুখ্য সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে। বিশেষ সূত্ৰৰ...

Read more

শিৱসাগৰত মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ : ঋণ ৰেহাই দিবলৈ দাবী চৰকাৰক

মাইক্ৰ'ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাৰ ঋণ ৰেহাইৰ দাবীত আজি শিৱসাগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম...

Read more

ক’ৰ’নাৰ ভেকচিন ‘স্পুটনিক-ভি’ ৯২ শতাংশ কাৰ্য্যকাৰী; ৰাছিয়াৰ দাবী

ৰাছিয়াই তেওঁলোকৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন ‘স্পুটনিক-ভি’ ৯২ শতাংশ কাৰ্য্যকৰী বুলি দাবী কৰিছে। মানৱ দেহত পৰীক্ষণৰ পাছত অহা ফলাফলৰ ওপৰত ভিত্তি...

Read more

অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে

বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। আত্মহ্যতাৰ প্ৰৰোচনাৰ অভিযোগত ২০১৮ চনৰ এটা গোৰচত...

Read more

অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা : কেতিয়া? আৰু কেতিয়া পৰা কেনেকৈ লাভ কৰিব এডমিট কাৰ্ড?

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত...

Read more

১০৬ দিনৰ অন্তত প্ৰথমবাৰৰ বাবে ভাৰতত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৫ লাখৰ তললৈ

ভাৰতত সুদীৰ্ঘ ১০৬ দিনৰ অন্তত প্ৰথমবাৰৰ সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা পাঁচ লাখৰ তললৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে...

Read more

ৰোহিত শৰ্মাই টি-২০ আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়া উচিত : গৌতম গম্ভীৰ

আই পি এলত মুম্বাই ইণ্ডিয়ানছে পঞ্চমবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ পাছতে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ...

Read more

তামিলনাডুত সুদীৰ্ঘ ৮ মাহৰ অন্তত পুনৰ দৰ্শকৰ বাবে মুকলি হ’ল চলচ্চিত্ৰ গৃহ

সুদীর্ঘ ৮ মাহৰ বিৰতিৰ অন্তত তামিলনাডুত পুনৰ দৰ্শকৰ বাবে মুকলি হ’ল চলচ্চিত্ৰ গৃহ। ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে সুদীৰ্ঘ ৮ মাহ...

Read more

হাগ্ৰামক মোক্ষম আঘাত : বিপিএফ এৰি বিজেপিত যোগ দিব ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

নতুন মোৰ ল'ব নেকি বড়ো ৰাজনীতিয়ে? বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে ইয়াৰ পূৰ্ৱাভাস দি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফৰ কাৰ্যকৰী সভাপতিৰ পদৰ পৰা...

Read more
Page 1955 of 5163 1 1,954 1,955 1,956 5,163

Recent News