তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ তিনি নং ৰামপুৰত এক শোকাৱহ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্তখবৰ অনুসৰি কালি দিনৰ...
Read moreDetailsসংক্ৰমণৰ ধাৰা অব্যাহত থকাৰ মাজতে আজিৰ দিনটোতো ৰাজ্যখনত ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ তলতে আছে। আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২০...
Read moreDetailsদেশবাসীক বাহুৱলী হোৱাৰ মন্ত্ৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই কিটিপ গ্ৰহণ কৰিলেই আপুনি হৈ পৰিব বাহুৱলী অৰ্থাৎ শক্তিশালী।কিন্তু কি সেই কিটিপ?...
Read moreDetailsইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰিছে ক’ভডি সম্পৰ্কীয় নতুন SOP । বিশ্বনাথৰ লগতে ৰাজ্যৰ আন কেইবাখনো জিলা ক্ৰমে গোলাঘাট, লখিমপুৰ, যোৰহাট,...
Read moreDetailsকলিয়াবৰৰ উলুৱনী আৰক্ষী আৰু চুলুং টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নলতলীৰ পৰা দুই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ...
Read moreDetailsগুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ চন্দ্ৰপুৰত চৰকাৰে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজ সৰৱ হৈ থকাৰ সময়তে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিৰাপগেটৰ বিজেপি অ বি চি মৰ্চা মচাৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি চন্দু প্ৰসাদ...
Read moreDetailsইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙৰ ঘটনাই ভাৰতকে ধৰি বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে তুমুল জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে প্ৰাক্তন মুখ্য ন্যায়াধীশ...
Read moreDetails২০০০ চনৰ পৰাই গোলাঘাট জিলাৰ বহু অঞ্চল খৰাংৰ কৱলত পৰিছিল। তেনেক্ষেত্ৰত সৰুপথাৰৰ বৃ্হত্তৰ অঞ্চল খৰাংপীড়িত অঞ্চল ঘোষণা কৰা কেবিনেটৰ সিদ্ধান্তক...
Read moreDetailsকিছুদিন পূৰ্বে ফেচবুকত গোৱৰ আৰু গোমূত্ৰ সন্দৰ্ভত পোষ্ট দি গ্ৰপ্তোৰ হোৱা মণিপুৰৰ সমজকৰ্মী লেইচমবাম ইৰেন্দ্ৰক শীঘ্ৰে মুক্তি দিবলৈ নিৰ্দেশ দিলে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd