টুইটাৰৰ পৰা চিৰদিনৰ বাবে নিলম্বিত হোৱাৰ পাছত ইনষ্টাগ্ৰামতে নিজৰ আজৱ ভাষ্যসমূহ প্ৰদান কৰি আহিছিল কংগনা ৰানাৱটে। কিন্তু ইনষ্টাগ্ৰামতো একেধৰণৰ শাস্তিৰ...
Read moreDetailsৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় নেতৃবৰ্গৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুপৰীয়া ১২ বজাত...
Read moreDetailsজাতীয় নায়কৰ সন্মান শিৰত লৈয়েই কালি সৰ্বানন্দ সোণোৱালে হাঁহি মুখে এৰি দিলে তেওঁৰ মুখ্যমন্ত্ৰীৰ চকীখন। সচৰাচৰ বহু ক্ষেত্ৰত দেখা দিয়া...
Read moreDetailsআজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে হিমন্ত...
Read moreDetailsক'ভিড-১৯ত আক্ৰান্ত হৈ ফেচবুকত প্ৰধানমন্ত্ৰীৰ পৰা সাহাৰ্য বিচৰাৰ এদিন পাছতে মৃত্যুমুখত পৰে এজন জনপ্ৰিয় ইউটিউবাৰ তথা অভিনেতা। ৰাহুল ভোহৰা (৩৫)...
Read moreDetailsৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰহাটী সত্ৰত উপস্থিত হৈ আশীৰ্বাদ লয় হিমন্ত বিশ্ব শৰ্মাই।...
Read moreDetailsভাৰতৰ প্ৰত্যেকজন নাগৰিককে ভেকচিন প্ৰদান কৰিব লাগিব, তাৰ বাদে ক'ভিড-১৯ক প্ৰতিহত কৰিবলৈ আন একো উপায় নাই। এই অভিমত প্ৰকাশ কৰিলে...
Read moreDetailsকৰ’না কালতো চুৰি কৰাৰ পৰা বিৰত নাই। শ্মশান তথা কবৰস্থানৰ পৰা মৃতদেহৰ কাপোৰ চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এক চক্ৰ।...
Read moreDetailsআজি কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই ১৪ গৰাকী মন্ত্ৰীয়ে। ইয়াৰে ভিতৰত কেবিনেটত ইউপিপিএলৰ ইউ...
Read moreDetailsবিশ্বত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সন্ত্ৰাস হৈছে কৰ’নাৰ সন্ত্ৰাস। ২০১৯চনৰ ডিচেম্বৰৰ পৰা লাহে লাহে গোটেই বিশ্বকে সলনি কৰি দিছে এই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd