গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হৈ যোৱা প'ষ্ট মেলনৰ সংগীতানুষ্ঠানত এগৰাকী বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ...
Read moreDetailsজলজীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে আজিৰে পৰা ৰাজ্যৰ চাহ বাগিচা এলেকা আৰু গ্ৰামাঞ্চলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে...
Read moreDetailsবিশ্বনাথ জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ মণ্ডলত বন্য চৰাই চিকাৰ কৰাৰ অভিযোগত বুধবাৰে পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। এদল...
Read moreDetailsডাবল মাৰ্ডাৰে চাঞ্চল্য সৃষ্টি কৰিছে টীয়কৰ বলমা মৰাণ গাঁৱত। এক অত্যন্ত নৃশংস ঘটনাত স্বামী কল্যাণ কোঁৱৰে নিজৰ পত্নী চুনচুনী কোঁৱৰ...
Read moreDetails২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী...
Read moreDetailsভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে আমেৰিকাৰ শুল্ক নীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ ওপৰত...
Read moreDetailsঅসমৰ আন এগৰাকী প্ৰবীণ তথা বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকা অসুস্থ হৈ পৰিছে। গুৰুতৰ অসুস্থতাৰ বাবে শিল্পীগৰাকীক সোমবাৰে গুৱাহাটীস্থিত এখন ব্যক্তিগত...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধভাৱে বৃহৎ পৰিসৰত চলি থকা মাছ ধৰা কাৰ্যকলাপ ৰোধ কৰাৰ বাবে নিষেধাজ্ঞামূলক...
Read moreDetailsডিমা হাছাওৰ উমৰাংছুত অনুষ্ঠিত হ'বলগীয়া ১১ সংখ্যক ফেলকন ফেষ্টিভেলত এইবাৰ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰা আৰু শিল্পা ৰাওৱে সংগীতানুষ্ঠান পৰিৱেশন...
Read moreDetailsবিমান সংস্থা ইণ্ডিগোৰ বিমান সেৱাত বাধাৰ সৃষ্টি হোৱাটো আকস্মিক ঘটনা নহয় বুলি প্ৰকাশ কৰিছে পাইলট সন্থাই। ই বছৰ বছৰ ধৰি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd