যি হয় দেখা যাব, কিন্তু কা বলৱৎ কৰিবলৈ দিয়া নহ’ব : শিৱসাগৰত ৰাহুল গান্ধীৰ হুংকাৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি শিৱসাগৰত দলৰ নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰি কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে অসমত কা বলৱৎ হ’বলে...

Read moreDetails

দুই বিবাহিত সমকামী নাৰীক ৰুমত আৱদ্ধ কৰিলে পৰিয়ালৰ লোকে : দুয়োকে উদ্ধাৰ আৰক্ষীৰ

দুগৰাকী সমকামীক নাৰীক পৰিয়ালৰ লোকে ধৰি এটা ৰুমত আৱদ্ধ কৰি ৰখাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশৰ ঠাকুৰগঞ্জত। আৰক্ষীয়ে প্ৰকাশ...

Read moreDetails

কালিকা লগা দেওবাৰ! বাছ-ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষত নিহত ১৪ তীৰ্থযাত্ৰী, ক’ত?

আজিৰ দিনটো যেন এটা  কালিকা লগা দিনহে। অসমৰ বাক্সাকে ধৰি কেইবা ঠাইতো ভয়ংকৰ পথ দুৰ্ঘটনাই বহু কেই জন লোকৰ প্ৰাণ...

Read moreDetails

সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক যুদ্ধ! গ্ৰেটাৰ ‘টুকইট’ সংক্রান্ত গোচৰত পৰিৱেশকৰ্মী গ্ৰেপ্তাৰ

কৃষক বিদ্ৰোহৰ সমৰ্থনত চুইডেনৰ পৰিৱেশকৰ্মী গ্ৰেটা থাৰ্নবাৰ্গে আগবঢ়োৱা টুইট তথা ‘toolkit’ সংক্ৰান্তীয় গোচৰত বাংগালুৰুৰ মাউণ্ট কাৰ্মেল কলেজৰ ছাত্ৰী তথা পৰিৱেশকৰ্মী...

Read moreDetails

উত্তৰাখণ্ডৰ মহাপ্ৰলয় : ৪০ লৈ বৃদ্ধি মৃতকৰ সংখ্যা; আৰু অধিক মৃতদেহ উদ্ধাৰ আশংকা; উদ্ধাৰ অভিযান অব্যাহত

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত মৃত লোকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। দেওবাৰে তপোবনৰ অদিত টাণেলত উদ্ধাৰকাৰী দলে...

Read moreDetails

‘পুলৱামাৰ দুঃসহ স্মৃতি পাহৰি নাযাওঁ’,সেনাক অৰ্জুন টেংক অৰ্পন কৰি ক’লে মোদীয়ে

‘পুলৱামা কাণ্ডৰ দুঃসহ স্মৃতি ভাৰতবাসীয়ে কেতিয়াও মনৰ পৰা মচি পেলাব নোৱাৰে। এই ঘটনাই ভাৰতবাসীৰ সন্মুখত সন্ত্ৰাসবাদৰ ভয়ংকৰ ছবি এখন দাঙি...

Read moreDetails

নজিৰ বিহীন : ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ দৌৰত ভাৰতীয় মূলৰ যুৱতী অৰোৰা আকাংক্ষা

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিৰ্বাচনী দৌৰত এইবাৰ চামিল হৈছে এগৰাকী ভাৰতীয় মূলৰ যুৱতী। নাম তেওঁৰ অৰোৰা আকাংক্ষা। ৩৪ বছৰীয়া অৰোৰাই ৰাষ্ট্ৰসংঘৰ...

Read moreDetails

বাক্সাৰ তামুলপুৰত ভয়াবহ পথ দুৰ্ঘটনা: থিতাতে নিহত এজন, আহত শিশু

তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-তামুলপুৰ-ভূটান ৰাষ্ট্ৰীয় ঘাই পথৰ বৰখাটা চ’কত আজি দুপৰীয়া এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ ফলত...

Read moreDetails

অভিলেখ! ৫৭হাজাৰ টকাৰ কম্পিউটাৰ বিক্ৰী হ’ল প্ৰায় ১৩কোটি টকাত

প্ৰযুক্তিৰ জগতত অভিনৱ ঘটনা সংঘটিত হোৱাটো তেনেই স্বাভাৱিক। কিয়নো ইয়াত নিত্য নতুন আৱিষ্কাৰৰ কাহিনীও কোনো আচৰিত কথা নহয়। এপ’লৰ প্ৰতিষ্ঠাপক...

Read moreDetails

হিতাধিকাৰী সন্তুষ্ট, কিন্তু কৰ্মচাৰী? চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ

চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা  কৰিলে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই। কলিয়াবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত  সংবাদমেল যোগে ...

Read moreDetails
Page 2472 of 5987 1 … 2,471 2,472 2,473 … 5,987

Stay Connected

Recent News