অমিত শ্বাহে ক’লে : সঠিক সময়ত জম্মু আৰু কাশ্মীৰক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হ’ব; কিন্তু কেতিয়া?

পুনৰ জম্মু আৰু কাশ্মীৰক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ’ব। শনিবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ইংগিত প্ৰদান কৰিছে।...

Read moreDetails

ম্যানমাৰত সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুক সাৱটিলে প্ৰথমগৰাকী কিশোৰীয়ে

ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী কিশোৰীয়ে। শেহতীয়াকৈ সামৰিক শাসকে দেশ খনৰ শাসন ভাৰ...

Read moreDetails

সভালৈ নাযাওঁ বোলা লোকৰ চৰকাৰী আঁচনিৰ সুবিধা কৰ্তনৰ ভাবুকি দিয়ে বিজেপিয়ে : ৰিপুন বৰা

শনিবাৰে শিৱসাগৰত বিজেপি দল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন...

Read moreDetails

কাইলৈ শিৱসাগৰলৈ আহিব কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী

ৰাজ্যত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিভিন্ন ৰাষ্ট্ৰীয় দলৰ নেতাৰ অসম আগমণৰ ধুম উঠিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী...

Read moreDetails

চলমান খানৰ ঘোঁৰা কিনিবলৈ গৈ ১২ লাখ টকা পানীত পেলালে এইগৰাকী মহিলাই!

চলমান খানে উঠি ফুৰা ঘোঁৰা কিনিবলৈ হঠাতে ৰাজস্থানৰ এগৰাকী মহিলা সন্তোষ ৰাঠি কিয় আগ্ৰহী হৈ উঠিল?  তেওঁ কিনা ঘোঁৰাটোতেই যে...

Read moreDetails

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ দুৰ্ঘটনাত নিহত বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মী

কলিয়াবৰৰ ৰাঙলুত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় বুঢ়াপাহাৰ বনাঞ্চলৰ এগৰাকী বনকৰ্মীৰ। সেনাবাহিনীৰ গাড়ীৰ খুন্দাত নিহত হোৱা বনকৰ্মীজনৰ নাম জুৱেল...

Read moreDetails

সুৰক্ষাক অগ্ৰাধিকাৰ; বিগত ২২ মাহত ৰে’ল দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই

বিগত ২২ মাহত ৰে’ল দুৰ্ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি শুকুৰবাৰে লোকসভাত তথ্য দাঙি ধৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী...

Read moreDetails

প্ৰয়োজন হ’লে ১০০দিনৰ কামত ধন আৱন্টন বৃদ্ধি কৰিব; লোকসভাত আশ্বাস বিত্তমন্ত্ৰী সীতাৰমনৰ

চলিত বাজেট অধিৱেশনত ১০০ দিনৰ কামৰ আৱন্টনক লৈ বিৰোধীসকলে সৰৱ হৈ পৰাৰ মাজতে শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে জনায় যে...

Read moreDetails

ম্যানমাৰৰ ১০ গৰাকী শীৰ্ষ সেনা বিষয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিলে আমেৰিকাই

ম্যানমাৰৰ দহগৰাকী সেনা বিষয়াৰ বিৰুদ্ধে প্ৰতিবন্ধকতা আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাই প্ৰতিবন্ধকতা আৰোপ কৰা দহগৰাকী শীৰ্ষস্থানীয় সেনা বিষয়াৰ ভিতৰত ছয়...

Read moreDetails

আপোনালোকে বেজাৰ কৰিব নালাগে, অহাবাৰো আমাৰেই চৰকাৰ হ’ব: বিধানসভাত মুখ্যমন্ত্ৰী সোণোৱাল

শনিবাৰে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যথেষ্ট সৰৱ হোৱা দেখা গ’ল। বিধানসভাত বক্তৱ্য ৰাখি মুখ্যমন্ত্ৰী...

Read moreDetails
Page 2475 of 5986 1 … 2,474 2,475 2,476 … 5,986

Stay Connected

Recent News