অৱশেষত প্ৰতীক্ষাৰ অৱসান! : ১৩ জানুৱাৰীৰ পৰা দেশত আৰম্ভ হ’ব ক’ৰ’ণাৰ টীকাকৰণ!

কেতিয়াৰ পৰা দেশত ক’ৰ’ণাৰ টীকাকৰণ আৰম্ভ কৰা হ’ব এই লৈ জল্পনা কল্পনা চলি থকাৰ সময়তে অহা ১৩ জানুৱাৰীৰ পৰা এই...

Read moreDetails

বহিঃৰাজ্যৰ শ্ৰমিকৰ নিযুক্তি বন্ধ কৰাৰ দাবীত বঙাইগাঁও শোধনাগাৰত আক্ৰাছু, চিলাৰায় উন্নয়ন মঞ্চৰ প্ৰতিবাদ

চিৰাং জিলাৰ ঢালিগাঁৱস্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও তেল সোধনাগাৰৰ সন্মুখত আক্ৰাছুৰ চিৰাং জিলা সমিতি আৰু চিলাৰায় উন্নয়ন মঞ্চই তিনিঘণ্টীয়া...

Read moreDetails

কেন্দ্ৰীয় অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত লোকসভা অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কন্যা অঞ্জলি বিৰলা কেন্দ্ৰীয় লোক সেৱা আয়োগৰ অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় লোক সেৱা আয়োগে...

Read moreDetails

নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক কোভিড প’জিটিভ

মহাৰাষ্ট্ৰৰ নাচিকত বিদ্যালয় খোলাৰ পূৰ্বে ৬৫ গৰাকী শিক্ষক আৰু ১০ গৰাকী অন্যান্য কৰ্মচাৰী কোভিড প’জিটিভ হোৱাৰ বাতৰি লাভ কৰা গৈছে।...

Read moreDetails

মীৰা বৰঠাকুৰৰ বিদায়! : কলিতে মৰহিব নেকি অজিত ভুঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চা?

আনুষ্ঠানিকভাৱে আঞ্চলিক গণ মৰ্চা ত্যাগ কৰিলে নেত্ৰী মীৰা বৰঠাকুৰে। বিজেপিৰ বেয়া দিনৰ পৰা দলটোক অসমত ধৰি ৰখা মীৰা বৰঠাকুৰে বিজেপিৰ...

Read moreDetails

ফাইজাৰৰ কোভিড ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত নাৰ্চৰ মৃত্যু

ফাইজাৰৰ কোভিড-১৯ ভেকচিন গ্ৰহণ কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত পৰ্টুগালত এগৰাকী নাৰ্চৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। চোনিয়া চিভেদো...

Read moreDetails

‘কেবাদশক ধৰি উন্নয়ন স্তব্ধ হৈ থকা ভাৰত এতিয়া দ্ৰুত গতিত আগুৱাইছে’; প্ৰধানমন্ত্ৰী মোদীৰ দাবী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে দেশে উন্নতিৰ দিশে দ্ৰুত গতিত আগুৱাই গৈছে। আজি কোচি-মাংগালুৰুৰ প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী...

Read moreDetails

টকিঅ’ অলিম্পিক-২০২১ লৈ যোগ্যতা অৰ্জন ধিং এক্সপ্ৰেছ হিমা দাসৰ

টকিঅ’ অলিম্পিক-২০২১লৈ যোগত্যা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ সুসন্তান দৌৰবিদ হিমা দাসে। অৱশ্যে টকিঅ’ অলিম্পিকগামী ভাৰতীয় দলত হিমা দাসৰ নাম...

Read moreDetails

জীয়েকৰ বিয়াৰ বাবে জখলাবন্ধাত চৰকাৰী ভূমিৰ গছ কাটিলে চৰকাৰী কৰ্মচাৰীয়ে

জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে জীয়েকৰ বিয়াৰ বাবে চৰকাৰী ভূমিৰ গছ কটাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে জখলাবন্ধাত। জখলাবন্ধা...

Read moreDetails

স্বামীক মুকলি কৰি দিবলৈ আলফা(স্বা)ৰ প্ৰতি কাতৰ অনুৰোধ অপহৃতৰ পত্নীৰ

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ক অপহৃত স্বামীক মুক্তি কৰি দিবলৈ কাতৰ অনুৰোধ কৰিছে পত্নীয়ে। উল্লেখ্য যে, আজি প্ৰায় দুসপ্তাৰ পূৰ্বে অৰুণাচল...

Read moreDetails
Page 2597 of 5988 1 … 2,596 2,597 2,598 … 5,988

Stay Connected

Recent News