ৰাজস্থানৰ বিস্ফোৰক বেটছমেন তেৱেতিয়াক এটা বিশেষ কাৰণৰ বাবে ধন্যবাদ যুৱৰাজ সিঙৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা ছিক্সাৰ কিং বুলি পৰিচিত যুৱৰাজ সিঙে ৰাজস্থান ৰয়েলছৰ বেটছমেন ৰাহুল তেৱেতিয়াক এটা বিশেষ কাৰণৰ...

Read moreDetails

কেন্দ্ৰৰ কৃষক বিৰোধী আইনক বাধা দিবলৈ কংগ্ৰেছ শাসিত ৰাজ্যসমূহক আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ ছোনিয়া গান্ধীৰ

বিৰোধীৰ আপত্তিক নস্যাৎ কৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সদনত কৃষি বিধেয়ক গৃহীত কৰালে আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত ই আইনত পৰিণত...

Read moreDetails

ভাৰততো চীনৰ নতুন ‘কেট কিউ’ ভাইৰাছৰ উপস্থিতি! সতৰ্ক কৰিলে আইচিএমআৰে

গোটেই বিশ্বকে সন্ত্ৰস্ত কৰি ৰখা কৰ’না ভাইৰাছৰ পৰা মুক্তিৰ পথ বিচাৰি হাবাথুৰি খোৱাৰ মাজতে সন্মুখলৈ আহিছে আৰু এটি ভাইৰাছৰ উপস্থিতিৰ...

Read moreDetails

আকৌ ছুপাৰ অ’ভাৰ; শ্বাসৰুদ্ধকৰ মেচত ৰোহিতৰ মুম্বাইক পৰাস্ত কৰিলে কোহলীৰ বাংগালোৰে

চলিত আইপিএলৰ সোমবাৰে খেলোৱা এখন খেলত শ্বাসৰুদ্ধকৰ পৰিস্থিতিত ছুপাৰ অ’ভাৰত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰে। মুম্বাই ইণ্ডিয়ানছৰ...

Read moreDetails

নাগালেণ্ডত সোমবাৰৰ দিনটোত নতুনকৈ এঘাৰ গৰাকী লোক কোভিড প’জিটিভ

নাগালেণ্ডত সোমবাৰৰ দিনটোত নতুনকৈ ১১ গৰাকী লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। নতুনকৈ ক'ৰ'না আক্ৰান্ত হোৱা ১১ গৰাকী লোকৰ...

Read moreDetails

অসমত ২৩২০ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩০,৬৬২

২৩২০গৰাকী ব্যক্তিয়ে সোমবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যা ১,৪২,২৯৭লৈ বৃদ্ধি পাইছে।...

Read moreDetails

অসমত ৩৬৪৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.০৩ শতাংশ

৩৬৪৪গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১,২০,১৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত...

Read moreDetails

অসমত আৰু ১২ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি

আৰু ১২গৰাকী ক’ভিড১৯ ৰোগীয়ে সোমবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৬৬৭লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...

Read moreDetails

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বশিষ্ঠ শৰ্মাক বৰপেটাত ৰাজহুৱা অভিনন্দন

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাজ্য চৰকাৰে প্ৰদান কৰা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক বশিষ্ঠ শৰ্মাক আজি বৰপেটাত ৰাজহুৱা...

Read moreDetails

ৰাজ্যিক পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড পুনৰ গঠন মুখ্য মন্ত্ৰীৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ মাজতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে ৰাজ্যিক পৰ্য্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড...

Read moreDetails
Page 2942 of 5999 1 … 2,941 2,942 2,943 … 5,999

Stay Connected

Recent News