চাপৰ চাহ বাগিচাত বীৰচা মুণ্ডা ষ্টেডিয়াম আৰু বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তি শুভ উদ্বোধন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

ধুবুৰী জিলাৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন সংযোজনেৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাপৰ চাহ বাগিচাত বীৰচা মুণ্ডা ষ্টেডিয়াম আৰু বীৰচা...

Read moreDetails

অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্য মন্ত্ৰী আনোৱাৰা টাইমূৰৰ দেহাৱসান

অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্য মন্ত্ৰী চৈয়দা আনৱাৰা টাইমূৰ আৰু নাই। আজি অষ্ট্ৰেলিয়াত এইগৰাকী নেত্ৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে।...

Read moreDetails

পেঙেৰী পপোলাজান-দুৱাৰমাৰা সংযোগী দলং নিৰ্মাণৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিতৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ লোকসকলে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়িদিহিং...

Read moreDetails

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৫০ লাখ অতিক্ৰম

ভাৰতত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ৫০ লাখৰ সংখ্যা অতিক্ৰম কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত ৭৪,৮৯৩...

Read moreDetails

পলাতক পি কে দত্ত, দিবন ডেকাৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ A to Z

অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সন্দৰ্ভত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত, ADGP জি পি সিং, CIDৰ IGP সুৰিন্দৰ...

Read moreDetails

জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধুবুৰী জিলাৰ চাপৰস্থিত ৰত্নপীঠ মহাবিদ্যালয়ত জননেতা, ভূতপূৰ্ব মুখ্য মন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ এক প্ৰতিমূৰ্তি উন্মোচন...

Read moreDetails

৩১ অক্টোবৰলৈকে ভক্তৰ বাবে খুলি দিয়া নহয় উমানন্দ দেৱালয়

গুৱাহাটীৰ উমানন্দ দেৱালয় দৰ্শন কৰিম বুলি ভাবি থকা ভক্তসকলৰ বাবে বেয়া খবৰ। কিয়নো অহা ৩১ অক্টোবৰলৈ বন্ধ থাকিব ঐতিহাসিক উমানন্দ...

Read moreDetails

চেমচন পৰৱৰ্তী কোনো হোৱাৰ প্ৰয়োজন নাই; থাৰুৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌতম গম্ভীৰৰ

কংগ্ৰেছী সাংসদ শশী থাৰুৰে সঞ্জু চেমচনক পৰৱৰ্তী মহেন্দ্ৰ সিং ধোনী হ'বলৈ গৈ আছে বুলি কৰা মন্তব্য সন্দৰ্ভত মত প্ৰকাশ কৰিছে...

Read moreDetails

বিটিআৰত নিৰ্বাচনৰ দাবীত তামুলপুৰত বিপিএফৰ প্ৰতিবাদ

অতি শীঘ্ৰে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত তামুলপুৰত আজি তামুলপুৰ জিলা বিপিএফৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। তামুলপুৰ...

Read moreDetails

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

কৃষি আইন ২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে এই কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে আজি কান্ধত নাঙল-যুঁৱলী...

Read moreDetails
Page 2943 of 5999 1 … 2,942 2,943 2,944 … 5,999

Stay Connected

Recent News