অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক আটক

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা তিনিজন বিদেশী নাগৰিকক বুধবাৰে গুৱাহাটীত আটক কৰিছে অসম আৰক্ষীয়ে। নথি-পত্ৰ নথকাকৈ ভাৰতত প্ৰৱেশ কৰা লোক কেইজন...

Read moreDetails

ভাৰত সীমান্তলৈ যোৱাৰ পূৰ্বে কিয় হাউহাউকৈ কান্দিছে চীনৰ সৈনিকে?

শেহতীয়াকৈ টাইৱানত চীনৰ সৈনিকে হাউহাউকৈ কন্দা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাৰতৰ সীমান্তলৈ প্ৰেৰণ কৰা চীনৰ এই সৈনিকসকলে কিয় এনেদৰে...

Read moreDetails

ৰোহিত-বুমৰাহৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে আইপিএলত কলকাতাক ৪৯ ৰাণত পৰাজিত কৰিলে মুম্বাইয়ে

হিটমেন ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিং আৰু মুম্বাইৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পন কৰিবলৈ বাধ্য হয় কলকাতা নাইট ৰাইডাৰ্ছ। ডুবাইত বুধবাৰে...

Read moreDetails

কৰ’না ৰোগীৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন

ডায়েবেটিছ বা হাইপাৰটেনশ্যনে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্তসকলৰ বাবে অধিক বিপদ কঢ়িয়াই আনিছে। অৱশ্যে, এই কথা আগৰে পৰা শুনি অহা হৈছে।...

Read moreDetails

গৌৰীপুৰ থানাৰ অ’চিকে ধৰি দুই আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ

মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই বুধবাৰে সন্ধিয়া ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ দুগৰাকী আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা...

Read moreDetails

গড়কাপ্তানি বিভাগক (PWD) এতিয়াৰে পৰা অসমীয়াত কোৱা হ’ব লোক নিৰ্মাণ বিভাগ

অসমৰ গড়কাপ্তানি বিভাগে(PWD) বুধবাৰে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে বিভাগটোক এতিয়াৰে পৰা অসমীয়াত ‘গড়কাপ্তানি বিভাগ’ৰ পৰিৱৰ্তে ‘লোক নিৰ্মাণ...

Read moreDetails

আই পি এল ২০২০ৰ পৰা বাহিৰ মিচ্চেল মাৰ্ছ; দলত যোগ দিব জেচন হল্ডাৰে

ভৰিৰ সৰু গাঁঠিৰ আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিচ্চেল মাৰ্ছ চলিত আই পি এলৰ পৰা বাহিৰ হৈছে। এই কথা প্ৰকাশ কৰিছে...

Read moreDetails

প্ৰশ্নকাকত ফাদিল: প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ, হোটেলত চিআইডিৰ তালাচী

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) বুধবাৰে প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ আৰু তেওঁৰ দুখন হোটেলত তালাচী চলায়।...

Read moreDetails

অসমত ১৭৬২ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩০,১৮২

১৭৬২গৰাকী ব্যক্তিয়ে বুধবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে। এইসকলক ধৰি এতিয়ালৈকে ১,৩২,৭০৯গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ...

Read moreDetails

অসমত ২০৯৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.০২ শতাংশ

২০৯৮গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। ২৯,৮৯৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ...

Read moreDetails
Page 2949 of 5989 1 … 2,948 2,949 2,950 … 5,989

Stay Connected

Recent News