অসমৰ আৰু ১১ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি

আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...

Read moreDetails

ক’ৰ’নাই প্ৰাণ ল’লে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী সুৰেশ অংগদীৰ

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল ভাৰতৰ আন এগৰাকী মন্ত্ৰীয়ে। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত আজি প্ৰাণ হেৰুৱাই কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল...

Read moreDetails

‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ অভিনৱ প্ৰতিবাদ

যোৱা ২১ ছেপ্তেম্বৰত সংসদত ‘কৃষি আইন ২০২০’ গৃহীত হোৱাৰ পাছতেই তিনিখন আৰু কৃষি আইন গৃহীত হোৱাৰ পূৰ্বে অৰ্থাৎ উত্থাপন হোৱাৰ...

Read moreDetails

ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ টকাৰ সৈতে চাৰি বিমান যাত্ৰীক গ্ৰেপ্তাৰ

চাৰিজন বিমান যাত্ৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে বুধবাৰে ডিব্ৰুগড় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে। লোককেইজনে নতুন দিল্লীগামী এখন বিমানত...

Read moreDetails

জনসংখ্যা বৃদ্ধিৰ অভিনৱ পদক্ষেপে: বিয়া পাতিলেই চৰকাৰে দিব ৪ লাখ টকা

বিয়া পাতিলেই এতিয়া বহুতৰে জেপ গৰম হ’ব। কাৰণ বিয়া পাতিলেই চৰকাৰকে নৱ দম্পতিক দিব প্ৰায় ৪ লাখ ২০ হাজাৰ টকা।...

Read moreDetails

ফেচবুকত কিয় হঠাৎ আবিৰ্ভাৱ #couplechallenge আৰু #SingleChallenge? ৰ

কালিৰে পৰা হঠাৎ ফেচবুকত আবিৰ্ভাৱ হৈছে দুটা হেজটেগ। যিসকল পত্নী-স্বামী বা প্ৰেয়সী-প্ৰেমিক সেইসকলে যুগ্ম ফটো আপলোড কৰি লিখিছে #couplechallenge ।...

Read moreDetails

খাদ্য সুৰক্ষা সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

এছেন্সিয়েল কম’ডিটিজ বিল ৰাজ্যসভাত গৃহীত হোৱাৰ পাছতেই দেশজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আইনৰ সংশোধনী কৰি কেন্দ্ৰীয়...

Read moreDetails

ৰাজ্যত নৱেম্বৰলৈ আলু-পিয়াজৰ দাম কমাৰ আশা ক্ষীণ; ফণীভূষণ চৌধুৰীয়ে দিলে ইংগিত

আলু আৰু পিয়াজৰ দৰে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি সন্দৰ্ভত আজি অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ বিষয়ববীয়া সকলে খাদ্য...

Read moreDetails

মিজোৰামত বিগত ২৪ ঘণ্টাত ১৬ গৰাকী বি এছ এফৰ জোৱান ক’ৰ’না প’জিটিভ

মিজোৰামত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।...

Read moreDetails

পত্নী প্ৰেম: মাটি বেচি হাতী কিনিলে এইজন দৰিদ্ৰ কৃষকে, কিন্তু কিয়?

পত্নীৰ প্ৰেমে বহুতকে বহু কামেই কৰোৱাবলৈ বাধ্য কৰে। পত্নীৰ প্ৰতি থকা অগাধ মৰমৰ বাবেই  চাহজাহানে পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰোৱাইছিল...

Read moreDetails
Page 2950 of 5989 1 … 2,949 2,950 2,951 … 5,989

Stay Connected

Recent News