আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় বংশোদ্ভৱ দুগৰাকী চিকিৎসকৰ। সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা। আমেৰিকাৰ নিউ জাৰ্ছিত চিকিৎসক দুগৰাকীৰ...
Read moreDetailsত্ৰিপুৰাত শুকুৰবাৰে নতুনকৈ ৩০ গৰাকী ব্যক্তিৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। শুকুৰবাৰে নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা ৩০ গৰাকী...
Read moreDetailsক’ৰ’না ভাইৰাছৰ মহা সংহাৰৰ মাজতে জনপ্ৰিয় ফুটবল ক্লাৱ বাৰ্চিলোনাই শুকুৰবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিছে। শুকুৰবাৰে বাৰ্চিলোচনাৰ তাৰকা ফুটবলাৰ লিয়োনেল মেছিকে...
Read moreDetailsবাবৰি মছজিদ ধ্বংস গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা তথা ৰায়দানৰ বাবে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতক চাৰি মাহৰ সময় দিছে উচ্চতম...
Read moreDetailsঅষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা, নিৰ্ভৰযোগ্য মিডল অৰ্ডাৰ বেটছমেন মাইকেল হাচীয়ে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অষ্ট্ৰেলিয়াৰ সৰ্বশ্ৰেষ্ঠ...
Read moreDetailsদেশত কৰ’না আক্ৰান্ত ৰোগীৰ ভিতৰত ভেন্টিলেটৰত থকা ৰোগীৰ শতকৰা হাৰ মাত্ৰ ১.১শতাংশ। তদুপৰি, আক্ৰান্তৰ ভিতৰত ইনটেনচিভ কেয়াৰ য়ুনিট (ICU)ত আছে...
Read moreDetailsগুৱাহাটীত শুকুৰবাৰে পুনৰ এজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰীৰ গাত এই মাৰাত্মক ভাইৰাছবিধ ধৰা পৰিছে। টুইটাৰ...
Read moreDetailsশিৱসাগৰ জিলা প্ৰশাসনে তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ মাজত জনসমাগম ৰোধ কৰাৰ বাবে ব্যক্তিগত যান-বাহনৰ চলাচলত যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে।...
Read moreDetailsআজি বিয়লি অহা প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত উজনি অসমৰ যোৰহাট জিলাৰ তিতাবৰত ধংসস্তুপত পৰিণত হ’ল বহু কেইখন গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ।...
Read moreDetailsডিটকচড়াৰ ল'ৱাৰ মিচিকুই এল পি স্কুলৰ প্ৰধান শিক্ষক ৰমাকান্ত দে’ৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আজি ৰেইল আৰক্ষীয়ে ডিটকচড়াৰৰ পৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd