শাসনাধিষ্ঠ বিজেপি চৰকাৰে এটোৰ পিছত আন এটা গোচৰ জাপি দি দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা...
Read moreDetailsক’ৰ’না ভাইৰাছ মহামাৰীৰ বাবে সমগ্ৰ বিশ্বত ল’কডাউন চলি থকাৰ সময়ত জনপ্ৰিয় মোবাইল এপ হোৱাটছএপে গ্ৰুপ ভইচ আৰু ভিডিঅ’ কলৰ সুবিধা...
Read moreDetailsবিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰা ক'ৰ’না মহামাৰী প্ৰতিৰোধৰ নামত দিল্লী আৰু দিছপুৰৰ চৰকাৰে নিজৰ সমস্ত দ্বায়িত্ব জনসাধাৰণৰ ওপৰত জাপি দি নীৰৱে...
Read moreDetailsআজি অৰণ্য ভৱনত বন বিভাগৰ শীৰ্ষ বিষয়াৰে মিলিত হয় বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ লকডাউনৰ সময়ত বন বিভাগটো কেনেদৰে সক্ৰিয় কৰি...
Read moreDetailsকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বুধবাৰে সংবাদমেল সম্বোধন কৰি ভাৰতে মে’ৰ ভিতৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে নিজাকৈ ক’ৰ’নাভাইৰাছৰ আৰ...
Read moreDetailsল'কডাউনৰ মাজতে মহানগৰীৰ খানাপাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত এসপ্তাহত সংঘটিত হৈছে দুবাৰকৈ চুৰি কাণ্ড। ল'কডাউনৰ সুযোগ গ্ৰহণ কৰি দুবাৰকৈ চোৰে...
Read moreDetailsক’ৰ’নাৰ সংক্ৰমণ হ্ৰাসৰ বাবে চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ ফলত ৰাজ্যৰ শিক্ষাৰ্থী সমাজ ক্ষতিগ্ৰস্ত হৈছে। ছাত্ৰ-ছাত্ৰীৰ পাঠদানত ব্যাহত নহবলৈ চৰকাৰে-প্ৰশাসনে গ্ৰহণ...
Read moreDetailsএশ কোটি লোক বিশ্বজুৰি কৰ’নাভাইৰাছত আক্ৰান্ত হ’ব পাৰে, যদিহে বিপদসাধ্য দেশসমূহক তৎকালে সাহায্য আগবঢ়োৱা নহয়। ইণ্টাৰনেচনেল ৰেছকিউ কমিটি নামৰ এটা...
Read moreDetailsকালি অনুষ্ঠিত হোৱা অসম মন্ত্রী সভাৰ কেবিনেট বৈঠকক লৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসন্তুষ্টি ব্যক্ত কৰিছে। নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ...
Read moreDetailsবিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণৰ ফলত দিল্লীত কৰ্মৰত বৰপেটা জিলাৰ সৰুপেটাৰ চি আৰ পি এফৰ এগৰাকী জোৱানৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd