মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা লকডাউনৰ আজি চতুৰ্থ দিন। জৰুৰীকালীন সেৱাসমূহক বাদ কৰি এতিয়া...
Read moreDetailsদেশৰ এখন পিছত সিখন ৰাজ্যই সংগঠিত আৰু অসংগঠিত শ্ৰমিকৰ লগতে দৈনিক আয়ৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে বিশেষ সাহায্য...
Read moreDetailsআজি ল'কডাউনৰ চতুৰ্থটো দিনত নাজিৰাত প্ৰশাসনৰ নিয়ম উলংঘা কৰা ছজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰে। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ...
Read moreDetailsটাটা ট্ৰাষ্টে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০০ কোটি টকা আগবঢ়াব। COVID19ক কঠিনতম প্ৰত্যাহ্বান বুলি উল্লেখ কৰি টাটা ট্ৰাষ্টৰ সঞ্চালক ৰতন...
Read moreDetailsবোকাখাতত ল'কডাউন চলি থকাৰ মাজতে এচাম অসাধু লোকে অবৈধভাৱে চুলাই তৈয়াৰ কৰি অতি সংগোপনে ৰমৰমীয়া ব্যৱসায় চলাই আছে। বোকাখাতৰ ভকত...
Read moreDetailsইতিমধ্যে দেশত ৮৭৩ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯ জন আক্ৰান্তৰ মত্যু ঘটিছে। ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ...
Read moreDetailsশিৱসাগৰ পৌৰসভাই আজি ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চহৰৰ কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ চেনিটাইজ কৰে। পৌৰসভাৰ চফাইকৰ্মীৰ সহায়ত কেন্দ্ৰীয় বজাৰৰ ভিতৰত...
Read moreDetailsঅসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ডিব্ৰুগড়ত কেৱল কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে অহা দুমাহৰ ভিতৰত এখন ৩০০...
Read moreDetailsঅসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ অৰ্থে ৰাজ্য নিজৰ ১০ বিঘা ভূমি প্ৰদান কৰিবলৈ আগ্ৰহী কলিয়াবৰৰ ব্যৱয়াসী কৃষ্ণ...
Read moreDetailsকংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এটা টুইটে সমগ্ৰ দেশতে ব্যাপক চৰ্চা হোৱা হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশ কংগ্ৰেছে হিন্দী ভাষাত লিখা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd