গুৱাহাটীৰ ল’কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল

গুৱাহাটীৰ ল'কডাউন অব্যাহত থকা ১১টা ৱাৰ্ডৰ বাবে সাময়িকভাৱে শিথিল কৰা হ'ব৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন জাৰী কৰা এখন জাননীত কোৱা...

Read moreDetails

‘৮০০ৰো অধিক ৰোগী বাঢ়িলে গুৱাহাটীত বাঢ়িব মৃতকৰ সংখ্যা’ : ক্ষোভিত হিমন্তৰ কিয় এই মন্তব্য?

মহানগৰ গুৱাহাটীত ক’ৰ’নাৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱা আৰম্ভ কৰিছে। যোৱা ১৫ জুনৰ পৰা ৭৬২ গৰাকী লোক কামৰূপ মেট্ৰ’ত আক্ৰান্ত হোৱাৰ...

Read moreDetails

৪২৪৭লৈ বৃদ্ধি অসমত ক’ভিড মুক্ত, আৰোগ্যৰ হাৰ ৬৩.৪%

২১৪গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯-মুক্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। এইসকলক ধৰি অসমত ক’ভিড আৰোগ্যৰ সংখ্যা...

Read moreDetails

৪ দিনে সন্ধানহীন মাৰ্ঘেৰিটাৰ সন্ধ্যা তামাঙৰ; বুঢ়ীদিহিঙত জাপ দিয়াৰ সন্দেহ

সময় সলনি হৈছে। একাংশ সন্তানে পিতৃ-মাতৃৰ শাসনকো নুবুজা হৈছে। অনুভৱ নকৰা হৈছে পিতৃ মাতৃৰ শাসনৰ অন্তৰালত থকা নিৰ্ভেজাল মৰম। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ...

Read moreDetails

‘ইন্দিৰা গান্ধীৰ নাতিনী মই’ : বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত প্ৰিয়ংকা গান্ধী

দেশৰ জৰুৰী অৱস্থাৰ বাবে বৃহস্পতিবাৰে দিনটো বিজেপিয়ে কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি বিজেপিক প্ৰত্যাক্ৰমণ কৰিছে...

Read moreDetails

লকডাউন: কাকতৰ হকাৰক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ অনুমতি বিচাৰিছে গুৱাহাটী প্ৰেছ ক্লাবে

গুৱাহাটী প্ৰেছ ক্লাবে মহানগৰখনত আসন্ন ১৪ দিনীয়া লকডাউনৰ সময়চোৱাত বাতৰি কাকতৰ হকাৰসকলক অস্থায়ী পৰিচয় পত্ৰ দিয়াৰ বাবে শুকুৰবাৰে প্ৰশাসনৰ অনুমতি...

Read moreDetails

ভুটানে অসমলৈ পানী যোগান বন্ধ কৰা নাই

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ভাৰত বিশেষকৈ অসমলৈ ভুটানে পানী যোগান বন্ধ কৰিছে প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। এক...

Read moreDetails

নেপালৰ সৈতে সংঘাত এৰাই চলিব খুজিছে ভাৰতে! : চীনৰ নেপালৰ ভূমি দখল; তীক্ষ্ম নজৰ ভাৰতৰ

চীনৰ সৈতে যুযুধান পৰিস্থিতিৰ সন্মুখীন হোৱা ভাৰতে নেপালৰ সৈতে নতুনকৈ সংঘাত বৃদ্ধি কৰি ল’ব খোজা নাই। আজি এই কথা স্পষ্ট...

Read moreDetails

১৯ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ, হেৰইন জব্দ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে জুন মাহত শুকুৰবাৰলৈকে ১৯গৰাকী ড্ৰাগচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। সৰবৰাহকাৰীসকলৰ পৰা ২১৫.১১ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰা হৈছে।...

Read moreDetails

ত্রিপুৰাত IPFT দলৰ নেতাক হত্যা

ত্ৰিপুৰাৰ ধালাই জিলাৰ গাণ্ডাচাৰা অঞ্চলত Indigenous People’s Front of Tripura চমুকৈ IPFT দলৰ এগৰাকী নেতাক কোনো অচিনাক্ত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই...

Read moreDetails
Page 3273 of 5986 1 … 3,272 3,273 3,274 … 5,986

Stay Connected

Recent News