বিশ্বব্যাপী সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত মহাৰাষ্ট্ৰত আজি এজন ৬৪ বছৰীয়া লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ভাৰতত এই...
Read moreDetailsসমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে আতংকময় পৰিৱেশ সূচনাৰ কৰা পাছত চিন্তিত হৈ পৰিছে আন্তজাৰ্তিক অলিম্পিক কমিটি(IOC)। অলিম্পিক কমিটিয়ে আজি অনুষ্ঠিত কৰিছে...
Read moreDetailsকেইবাখনো হিট ছবিৰে বলিউদত এক সুকীয়া স্থান দখল কৰা ছুপাৰষ্টাৰ আমিৰ খানৰ ব্যক্তিগত জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথা আজি আমি আপোনালোকক...
Read moreDetailsবলিউদ আৰু দক্ষিণৰ ছবি উদ্যোগত এনে বহু অভিনেত্ৰী আছে যিসকলে নিজৰ সৌন্দৰ্য আৰু আকৰ্ষণীয় দেহ বল্লৰীৰ লগতে প্ৰতিভাৰ বলত নিজক...
Read moreDetailsঅহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ চতুৰ্থ সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে সোমবাৰে নিশা প্ৰথমখন ২১...
Read moreDetailsসোমাবাৰে নগাঁও আৰক্ষীয়ে ৰূপহীহাট আৰক্ষীৰ সহযোগত জিলাখনৰ ৰূপহীহাটৰ বিভিন্ন ঠাইত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। অভিযানৰ সময়ত এজন ড্ৰাগছ সৰবৰাহকাৰীক...
Read moreDetailsভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়াৰ প্ৰাক্তন লেগ স্পীনাৰ ব্ৰেড হগে তাৎপৰ্যপূ্ৰ্ণ মন্তব্য...
Read moreDetailsসোমবাৰে শিৱসাগৰ নগৰস্থিত দ'লমুখ চাৰি আলিত অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু মৰীয়া যুৱ ছাত্ৰ সন্থাৰ যৌথ...
Read moreDetailsউচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি এক অধিসূচনা জাৰি কৰি...
Read moreDetails১৪ মাৰ্চ অৰ্থাৎ শনিবাৰে নিশা কলিয়াবৰৰ শিলঘাটত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত জয়ন্ত কুমাৰ বৰ্মনক অৱশেষত আজি লখিমপুৰ আৰক্ষীয়ে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd