দিল্লীত অহা দুই সপ্তাহত ৫৬ হাজাৰলৈ বৃদ্ধি হ’ব পাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যা : সত্যেন্দ্ৰ জৈন

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত অহা দুই সপ্তাহৰ ভিতৰত ক’ৰ’না পজিটিভৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান দিল্লীত ক’ৰ’না আক্ৰান্তৰ...

Read moreDetails

‘সীমান্তত কি হৈছে সকলোৱে জানে’ : লাডাখৰ ইঙ্গিত দি অমিত শ্বাহক ৰাহুল গান্ধীৰ কটাক্ষ

জন্মু আৰু কাশ্মীৰৰ লাডাখৰ ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিৰোধী নেতাগৰাকীয়ে...

Read moreDetails

অখিল গগৈক শীঘ্ৰে মুকলি কৰি নিদিলে আমেৰিকাৰ দৰে অসমতো ৰাইজ ৰাজপথলৈ ওলাই আহিব : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত আজি কৃষক মুক্তি,  ছাত্ৰ মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল গঠন কৰি প্ৰতিবাদ...

Read moreDetails

ক’ৰ’নাৰ বাবে কংগ্ৰেছৰ এমজিএনৰেগা আঁচনিৰ শৰনাপন্ন হ’বলগীয়া হ’ল মোদী চৰকাৰ : ছোনিয়া গান্ধী

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে পুনৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰক সমালোচনা কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ছোনিয়া...

Read moreDetails

ৰ’ডেৰে মৰিয়াই পুত্ৰসহ পত্নীক হত্যা

এজন লোকে এডাল ৰ’ডেৰে নিজ পুত্ৰ আৰু পত্নীক মৰিয়াই হত্যা কৰাৰ খবৰ আহিছে। ৰাজস্থানৰ শ্ৰীগঙ্গানগৰ জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক...

Read moreDetails

বিগত দুসপ্তাহত হাইদৰাবাদত ৭৯ গৰাকী চৰকাৰী চিকিৎসক কোভিড-১৯ পজিটিভ

নিজাম ইষ্টিটিউট অফ মেডিকেল চায়েঞ্চ(এনআইএমএছ)ৰ আবাসী চিকিৎসক সংস্থাৰ সভাপতি ড০ জি শ্ৰীনিবাসনে হাইদৰাবাদত বিগত দুসপ্তাহত ৭৯ গৰাকী চৰকাৰী চিকিৎসক ক’ৰ’নাত...

Read moreDetails

ক’ৰ’নাত আক্ৰান্ত পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী

পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চাহিদ খান আব্বাছি ক’ৰ’না আক্ৰান্ত হৈ নিজ গৃহত কোৱাৰেণ্টাইনত আছে। পাকিস্তান মুছলিম লীগৰ মুখপাত্ৰ মাৰয়াম ঔৰংগজেৱে...

Read moreDetails

বিশিষ্ট লেখক-গীতিকাৰ জাভেদ আখতাৰলৈ ২০২০ বৰ্ষৰ সন্মানীয় ৰিচাৰ্ড ডা’কিন্স বঁটা

বৰ্ষীয়ান লেখক-গীতিকাৰ জাভেদ আখতাৰলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ সন্মানীয় ৰিচাৰ্ড ডা’কিন্স বঁটা। প্ৰবীণ লেখক-গাতিকাৰজনলৈ ধৰ্মনিৰপেক্ষ সমালোচনামূলক চিন্তা-চৰ্চা, মানৱীয় ভাৱনা আৰু...

Read moreDetails

অসমত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি

অসমত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে। ক’ৰ'নাত আক্ৰান্ত হৈ লোকজনৰ আজি অৰ্থাৎ সোমবাৰে মৃত্যু...

Read moreDetails

গণহত্যা: কোনে দিলে আইন হাতত তুলি লৈ জীৱন কাঢ়ি লোৱাৰ অধিকাৰ?

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গণ প্ৰহাৰৰ দ্বাৰা হত্যা কাণ্ড সংঘটিত হোৱা ঘটনা। ঝংকাৰ শইকীয়াৰ পৰা আৰম্ভ কৰি অভিজিত নিলোৎপল আৰু...

Read moreDetails
Page 3336 of 5986 1 … 3,335 3,336 3,337 … 5,986

Stay Connected

Recent News