৪৮গৰাকী ব্যক্তিক ত্ৰিপুৰাত শুকুৰবাৰে ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে সদৰী কৰা মতে চিনাক্তসকলৰ সকলোৰে ভ্ৰমণৰ...
Read moreDetailsআৰু ৯০গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত শুকুৰবাৰে ২২৪৩লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্তসকলৰ মাজত আছে ধুবুৰীৰ...
Read moreDetailsআৰু ১১গৰাকী ব্যক্তি শুকুৰবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে। বৰপেটাৰ ফকৰুদ্দিন আলি আহমদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা তেওঁলোক মুকলি কৰি...
Read moreDetailsজনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই পৃথিৱীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে প্ৰতি বছৰে লকডাউনৰ পোষকতা কৰিছে। যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজনে বছৰি অন্ততঃ দহ...
Read moreDetailsভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীয়ে ২০১৯-২০ বৰ্ষৰ প্ৰসিদ্ধ নেছাৰ ইনডেক্সৰ সমীক্ষাত দেশৰ শিক্ষানুষ্ঠানৰ সমূহৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰিছে। নেছাৰ...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ জাচপ্ৰীত বুমৰাহে তেওঁৰ মুম্বাই ইণ্ডিয়ানছৰ সংগী তথা শ্ৰীলংকাৰ বেগী বলাৰ লাচিথ মালিংগাক বিশ্বৰ শ্ৰেষ্ঠ...
Read moreDetailsভূমি বেদখলদাৰী দল এটাই হোজাইত বৃহস্পতিবাৰে এগৰাকী মহিলাক পথাৰতে গাত জুই জ্বলাই দিয়াৰ এক ঘটনাৰ অভিযোগ উঠিছে। চালেহা বেগম (৫০)...
Read moreDetailsৰোহিত শৰ্মাৰ সৈতে অংশলোৱা এটা ভিডিঅ’ কনফাৰেঞ্চত প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে যুবেন্দ্ৰ চাহলক লৈ কৰা এটা মন্তব্যই একাংশ লোকৰ...
Read moreDetailsঐতিহাসিক শ্ৰী শ্ৰী আউনীআটীত সত্ৰৰ একাদশ সত্ৰাধিকাৰ বৈকুণ্ঠী দেৱদত্তদেৱ গোঁসাই ঈশ্বৰৰ দ্বাৰা প্ৰতিষ্ঠিত যোৰহাটৰ ভট্টাচাৰ্য্য পৰিয়ালৰ যোগেদি প্ৰাপ্ত ধৰ্ম প্ৰকাশ...
Read moreDetailsএক গোপন সূত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে আজি বিয়লি বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কদ্মা কালোৱাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd