পাঁচদিন পূৰ্বেই দিল্লীত মৃত্যু হৈছিল কোভিড-১৯ত আক্ৰান্ত বোকাখাতৰ অজিত শইকীয়াৰ; মৰ্গত পৰি আছিল মৃতদেহ

দুই চৰকাৰৰ মাজত যোগাযোগৰ অভাৱত বিগত পাঁচটা দিন দিল্লীৰ চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল কোভিড-১৯ত মৃত্যু হোৱা বোকাখাতৰ অজিত শইকীয়াৰ মৃতদেহ।...

Read moreDetails

ল’কডাউন: পার্বত্য জিলাৰ প্রশাসনৰ ভূমিকাক লৈ ক্ষোভ সচেতন ৰাইজৰ

কোভিড-১৯ক লৈ ডিমা হাছাও জিলা প্রশাসনৰ সামগ্রিক ভূমিকাত ক্ষুব্ধ হাফলঙৰ সচেতন ৰাইজ। এখন অভিভাৱকহীন চহৰত পৰিণত হৈ পৰা হাফলং পৌৰসভা...

Read moreDetails

কোভিত-১৯ ধৰা পৰা শিৱসাগৰৰ যুৱকজন দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ

শনিবাৰে নিশা কোভিত-১৯ ধৰা পৰা শিৱসাগৰৰ যুৱকজনৰ ঘৰ জিলাখনৰ গেলেকীত। ১৯ বছৰীয়া যুৱকজনৰ নাম আব্দুল চেমিম বুলি জানিব পৰা গৈছে।...

Read moreDetails

ঈদৰ বজাৰ দেখি ক’ৰ’নাক লৈ শংকিত হৈছে আজমল; কি আহ্বান জনালে মহিলাসকললৈ?

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদৰ দিন চমু চাপি আহিছে। পবিত্ৰ ৰমজান মান শেষ হোৱাৰ পিছতে ঈদ-উল-ফিতৰ পালন কৰিবলৈ মুছলমান...

Read moreDetails

সীমান্তত চীনৰ উচটনি; ভাৰতীয় সীমাৰ ১২ কি:মি: ভিতৰলৈ সোমাই আহিছিল হেলিকপ্টাৰ

ভাৰতীয় সীমান্তত চীনে ইয়াৰ প্ৰৰোচনামূলক সঞ্চালন অব্যাহত ৰাখিছে। এইবাৰ হিমাচল প্ৰদেশৰ লাহোল স্পীতিত চীনৰ সৈতে লাগি থকা সীমান্তত চীনৰ হেলিকপ্টাৰে...

Read moreDetails

Google Pay বন্ধ কৰাৰ দাবী; উচ্চ ন্যায়ালয়ত গোচৰ

Google Payৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতত তেওঁলোকে ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল পেমেন্টছ কৰ্পোৰেশ্যনৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ...

Read moreDetails

পত্নীৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ যোৱা ব্যক্তিৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু

পৰিবাৰৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কোভিড-১৯ত আক্ৰান্ত হোৱা বোকাখাতৰ অজিত শইকীয়া নামৰ এগৰাকী ব্যক্তিয়ে কালি অৰ্থাৎ শনিবাৰে বিয়লি দিল্লীতে মৃত্যুক...

Read moreDetails

এইবাৰ শিৱসাগৰৰ এজন যুৱক কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি

এইবাৰ শিৱসাগৰৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। যুৱকজন বৰ্তমান যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আছে। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব...

Read moreDetails

শোণিতপুৰত এজন,গুৱাহাটীত পুনৰ দুজন কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৯৪জনলৈ বৃদ্ধি

শনিবাৰৰ দিনটোতে অসমত মুঠ পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। নিশা শোণিতপুৰ জিলাত এজন আৰু গুৱাহাটীত পুনৰ দুজনৰ দেহত...

Read moreDetails

মণিপুৰত তিনিগৰাকী ক’ভিড-১৯ পজিটিভ চিনাক্ত, মুঠ আক্ৰান্ত সাতলৈ বৃদ্ধি

তিনিগৰাকী ব্যক্তি শনিবাৰে মণিপুৰত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্ত ৰোগীগৰাকী এগৰাকী...

Read moreDetails
Page 3418 of 5984 1 … 3,417 3,418 3,419 … 5,984

Stay Connected

Recent News