আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে, য’ত মিতালীক শাৰী পিন্ধি...
Read moreDetailsক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে চেণ্ট্ৰেল ব’ৰ্ড অব চেক’ণ্ডাৰি এডুকেশ্যন (চি বি এছ...
Read moreDetailsপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বচ্ছতাৰ বাবে ব্যাপক প্ৰচাৰ আৰু বিভিন্ন আঁচনি হাতত লোৱাৰ সময়তে গোলাঘাট নগৰত এক বিপৰীত ছবি...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক অত্যন্ত আশাবাদী হৈ ছাত্ৰ-জীৱনৰ সোণোৱালী সময়ৰ সদ ব্যৱহাৰেৰে জীৱনত একো একো গৰাকী সফল ব্যক্তি হিচাপে...
Read moreDetailsব্ৰাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰোনাল্ডিনহোক পাৰাগুৱেত এক পাছপোৰ্ট প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। ৰোনাল্ডিনহোৰ লগতে তেওঁৰ ভাতৃ ৰবাৰ্টো এছিছকো ভুৱা পাছপোৰ্টৰ...
Read moreDetailsপুৰণা স্মাৰ্টফোন এটা বেচাটো তেনেই সহজ, কিন্তু ই কেতিয়াবা আপোনাৰ বাবে বিপদজনকো হ’ব পাৰে। বহুলোকে কেৱল নিজৰ ছিম আৰু এছ...
Read moreDetailsঅভিনেতা চলমান খানে ‘মানৱীয়তাৰ দূত’ হিচাপে দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা-২০২০ লাভ কৰে। নিজৰ ব্যক্তিগত জীৱনত বিভিন্ন ঘাত-প্ৰতিঘাতৰ সন্মুখিন...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ তথা প্ৰাক্তন অধিনায়ক, দীৰ্ঘদিন ধৰি ক্ৰিকেট জগতৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে সময়ে সময়ে বিভিন্ন...
Read moreDetailsৰিলায়েন্স জিঅ’ই ভাৰতত অতি সোনকালে আৰম্ভ কৰিব ইয়াৰ ৫জি সেৱা। কলিংগ টিভিৰ বাতৰি মতে, ভাৰতৰ এক নম্বৰ টেলিকম কোম্পানিটোৱে ৫জি...
Read moreDetailsভয়াবহ কৰ’না ভাইৰাছৰ ভাৰতত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় ৩১ মাৰ্চ পৰ্য্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। দিল্লী চৰকাৰৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd