গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ষ্টাফ নাৰ্ছৰ ৩০০টা খালী পদ ওলাইছে। ইচ্ছুক প্ৰাৰ্থীসকলে http://www.gmchassam.gov.in/ ৱেবছাইটৰ পৰা অনলাইনযোগে ফৰ্ম ডাউনল’ড কৰি...
Read moreDetailsগাখীৰ খালে মহিলাই ভুগিব পাৰে ব্ৰেষ্ট কেঞ্চাৰত। আমেৰিকাৰ এদল গৱেষকে এই কথা দাবী কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লোমা লিণ্ডা বিশ্ববিদ্যালয়ৰ এদল...
Read moreDetailsপেচাৱ কৰোতে মূত্ৰৰ সলনি মদ ত্যাগ কৰা এমেৰিকান মহিলা এগৰাকীক লৈ চিকিৎসা বিজ্ঞানীৰ মাজত চৰ্চা চলিছে। তাৎপৰ্য্যৰ কথাটো হৈছে পেনছিলভেনিয়াৰ...
Read moreDetailsবাংলাদেশত বংগবন্ধু মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অহা ১৮ আৰু ২১ মাৰ্চত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত দুখন প্ৰদৰ্শনীমূলক...
Read moreDetailsগুৱাহাটী প্ৰেছ ক্লাৱত আজি এক সংবাদমেল অনুষ্ঠিত কৰি চিপিআই (এম এল) য়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ অনুষ্ঠানত চিপিআই(এম-এল)...
Read moreDetailsগীণিজ বুকত অভিলেখ গঢ়াৰ পিছতে বিশ্বৰ আটাইতকৈ বয়স্থ ব্যক্তিজনৰ পৰলোকপ্ৰাপ্তি ঘটিছে। এই ব্যক্তিজন আছিল জাপানৰ টকিঅ’ চহৰৰ চিটেচু ৱাটানাৱা। গীণিজ...
Read moreDetailsহেডফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাতো বিপদজনক। এই সাধাৰণ কথাটো জনাৰ পিছতো হেডফোনত গান শুনি বা কথা পাতি গাড়ী চলোৱাতো বহুতৰ...
Read moreDetailsদীর্ঘদিন ধৰি ক্ৰিকেটৰ পৰা অপ্ৰত্যাশিতভাৱে আঁতৰি থকা ভাৰতৰ প্ৰাক্তন তথা বৰ্তমানৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ২ মাৰ্চৰ...
Read moreDetailsএদিনীয়া ক্ৰিকেটৰ প্ৰথমটো দ্বিশতক অৰ্জনৰ অভিলেখ গঢ়ি থোৱা মহান বেটছমেন তথা ‘ক্ৰিকেটৰ ভগৱান’ হিচাপে আখ্যা পোৱা শচীন টেণ্ডুলকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ...
Read moreDetailsৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাৰ্জিল ইমামৰ লগত এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সু-সম্পৰ্ক থকাৰ অভিযোগ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd