আই এছ এলৰ অন্তিমখন লীগ মেচ আজি গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থ-ইষ্ট য়ুনাইটেড আৰু চেন্নায়েন এফ চিৰ মাজত...
Read moreDetailsভাৰতত মুক্তভাৱে যৌনতাৰ কথা পতা নহয় যদিও পৰিৱৰ্তিত সময়ৰ লগে লগে সহজলভ্য হৈ পৰা ইণ্টাৰনেটৰ বাবে ভাৰতত পৰ্ণগ্ৰাফিৰ প্ৰতি অগ্ৰহী...
Read moreDetailsভাৰতৰ ৰাজধানী নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ বাছত মহিলাৰ বাবে যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া। কিন্তু আপুনি জানেনে যে বিশ্বৰ এনে এখন দেশ,...
Read moreDetailsভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পক সংগ দিয়া ভাৰতীয় মহিলা গৰাকী কোন? সোমবাৰে প্ৰধান...
Read moreDetailsদৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত অভিযোগ দাখিল কৰে। অধ্যক্ষগৰাকীক...
Read moreDetailsসাক্ষৰতাৰ ফালৰ পৰা দেশত মিজোৰামৰ আগস্থান। শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া যোগে ৰাজ্যখনৰ পথৰ দাতি সমূহত ক্ষুদ্ৰ লাইব্ৰেৰী স্থাপন সম্বন্ধীয় এটা পোষ্টৰ...
Read moreDetailsৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্যন তথা সামাজিক আলোচনী জী টাউন চ'চাইটি এ আন কেইবছৰৰ দৰে এইবাৰো বলিউদ, ফেশ্যন, সমাজ সেৱা, শিক্ষা আদিত...
Read moreDetailsবিজেপিৰ পৰা পদত্যাগৰ পাছত ২৪ ফেব্ৰুৱাৰিত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন বিজেপিৰ সাংসদ আৰ পি শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। ২৮...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা অঞ্চলৰ পৰা আলফা (স্বাঃ)ৰ এজন যোগসূত্ৰকাৰীক সোমবাৰে আটক কৰা বাতৰিয়ে সমগ্ৰ...
Read moreDetailsদুদিনীয়া ভ্ৰমণ সূচীৰে সপৰিয়ালে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে গুজৰাটৰ নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰা ক্ৰিকেট...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd