মহাৰাষ্ট্ৰত পাকিস্তানী আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এম এন এছ)ই অভিযান অব্যাহত ৰাখিছে। ঔৰংগাবাদত এমএনএছৰ ফালৰ পৰা এখন...
Read moreDetailsঅতি শীঘ্ৰে ক্ৰিকেটৰ পথাৰত দেখা পোৱা যাব মহেন্দ্ৰ সিং ধোনীক। আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়কৰ দায়িত্বত থকা ধোনী...
Read moreDetailsকোনো ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি দাবী কৰিবলৈ ডেথ চাৰ্টিফিকেট অৰ্থাৎ মৃত্যুৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হয়। সাধাৰণতে হাস্পাতল কৰ্তৃপক্ষ...
Read moreDetailsচিমলাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দৰ্ভত বিজেপিয়ে অনুষ্ঠিত কৰা এখন সভাত দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই বৃহস্পতিবাৰে প্ৰধান...
Read moreDetailsহোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে এজন ২৫ বছৰীয়া যুৱকক হোজাইৰ দৰিয়াবস্তিৰ এটি পাঁচ বছৰীয়া কন্যাক ধৰ্ষণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।...
Read moreDetailsদাবী কৰা ধন নোপোৱাৰ কাৰণেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন ডি এন এল এৰ এটা দলে বহিৰাগত ঠিকাদাৰী সংস্থাক গুলীওৱাৰ ঘটনাই পাহাৰীয়া...
Read moreDetailsঅচিৰেই খালী হ’ব ৰাজ্যসভাৰ তিনিখনকৈ আসন,গতিকে এই আসনকেইখন যিকোনো প্ৰকাৰে নিজৰ দখললৈ অনাৰ বাবে উঠি পৰি লাগিছে শাসক দলটোৱে।ইয়াৰ সমান্তৰালকৈ...
Read moreDetailsনগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে বুধবাৰে নিশা সোনাজুৰিৰ লাংখাং অঞ্চলৰ পৰা এখন গাড়ী সহ বুজন পৰিমানৰ...
Read moreDetailsব্ৰহ্মপুত্ৰ জলপথক অসম বিকাশৰ ইঞ্জিন কৰি তোলাত বিফল অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগ এতিয়া “নিবিদা কেলেংকাৰি”ত ধৰা পৰিছে। ৰাজহুৱা ধন...
Read moreDetailsঅসম চৰকাৰৰ অভিলাষী আঁচনি ‘অসম দৰ্শন’ৰ অধীনত ৯১৫টা মঠ মন্দিৰ, মছজিদ, গীৰ্জাঘৰলৈ ১০ লাখ টকাকৈ অনুদান আগবঢ়াইছে চৰকাৰৰ। মাৰ্ঘেৰিটা সমষ্টিৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd