গোৱালপাৰা জিলা প্ৰশাসনে আজি কৃষ্ণাই আঞ্চলিক বীজ উৎপাদন নিগম আৰু গড়কাপ্টানী পথৰ ভূমিত থকা বেদখলকাৰীক উচ্ছেদ কৰে। কৃষ্ণাই থানাৰ অন্তৰ্গত...
Read moreDetailsএই সপ্তাহতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ সমাপ্ত হ’বলৈ আগবাঢ়িছে। মাৰ্কিন সংসদত প্ৰচণ্ড বিতৰ্কৰ পাছতো ট্ৰাম্পক ৰখাব নোৱাৰে...
Read moreDetailsক'ৰ’না ভাইৰাছৰ আতংক এতিয়া চীনতে সিমিত হৈ থকা নাই। সমগ্ৰ বিশ্বই এতিয়া ইয়াকলৈ চিন্তাত পৰিছে। চীনত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত...
Read moreDetailsগুৱাহাটীত অনুষ্ঠিত ইউনাইটেড ব্ৰাদাৰ্ছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত ষষ্ঠ বাৰ্ষিক সৰ্বভাৰতীয় প্ৰবীণ ফুটবল চেম্পিয়নশ্বিপত শ্বিলঙৰ স্প’ৰ্টিং ইউনাইটেড ক্লাবে বিজয়ীৰ খিতাপ অৰ্জন কৰিছে।...
Read moreDetailsহৃদপিণ্ডৰ যেতিয়া কোনো শিৰাত তেজ গোট বান্ধি হৃদপিণ্ডৰ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে তেতিয়াই হাৰ্ট এটেক হয়। বয়স, উচ্চ ৰক্তচাপৰ...
Read moreDetailsইতিমধ্যে টেষ্ট দলত স্থান পাইছিলেই এইগৰাকী ভৱিষ্যত তাৰকাই। মূল একাদশত খেলাৰ সুযোগ নাপালেও দুটা টেষ্ট ছিৰিজৰ ভাৰতীয় দলৰ সদস্য আছিল...
Read moreDetailsযোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰু গাঁৱৰ বিজিত কৰ্মকাৰ নাম এজন শিক্ষিত নিবনুৱা যুৱক কৃষিকাৰ্য্যৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ...
Read moreDetailsনিজৰ ফেইচবুক পেইজত ‘আপত্তিজনক’প’ষ্ট আপলোড কৰি শ্বেয়াৰ কৰাৰ বাবে ধুবুৰী জিলাৰ আৰু দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে আৰক্ষীয়ে এইকথা...
Read moreDetailsবোকাখাতৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ চুৰিকাৰ্য্যৰ বৃদ্ধি পাবলৈ ধৰিছে। আৰক্ষীৰ চকুত ধুলি দি প্ৰায়ে একাংশ যুৱক চুৰি কাৰ্য্যত লিপ্ত হৈ আহিছে।...
Read moreDetailsভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ সহযোগত আৰু শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সৌজ্যনত দেওবাৰে আইদেউৰ বুলনি শীৰ্ষক এক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd