শৰীৰৰ প্ৰতিটো অংগ দান কৰাৰ কথা ঘোষণা ১৭ গৰাকী লোকৰ

অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ ১৭ গৰাকী লোকে মৃত্যুৰ পিছত নিজৰ দেহ দান কৰিব বুলি আজি জানিবলৈ দিয়ে। সামাজিক-সাংস্কৃতিক সংগঠন...

Read moreDetails

ACA-ৰ “আজৱ” কাণ্ডক লৈ অসন্তুষ্ট বি চি চি আয়ে বিচাৰিলে ঘটনাৰ প্ৰতিবেদন

৫ জানুৱাৰিত বৰ্ষাপাৰাত সংঘটিত আজৱ কাণ্ডবোৰক লৈ অসন্তুষ্ট বি চি চি আয়ে ঘটনাৰ প্ৰতিবেদন বিচাৰিছে অসম ক্ৰিকেট সংস্থাৰ পৰা। হেয়াৰ...

Read moreDetails

বিজেপিয়ে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে : মানিক সৰকাৰ

‘নাগৰিকত্ব (সংশোধন) আইন ৰাজনৈতিকভাৱে প্ৰৰোচিত আৰু এই আইন আনি কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে।‘ এই মন্তব্য...

Read moreDetails

শংকৰদেৱৰ জন্ম জয়ন্তীৰ দিনটোক ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰক পত্ৰ দিব ৰাজ্য চৰকাৰে

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পোনপ্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে উদযাপন...

Read moreDetails

‘কা’ বাতিল, আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে নলবাৰীত আছুৰ ১০ ঘণ্টীয়া গণ অনশন

নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰীৰ কৰ্মকৰ্তা সকলৰ ওপৰত চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে আজি সদৌ নলবাৰী...

Read moreDetails

দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা; নিৰ্বাচনৰ ফল চাবলৈ আগ্ৰহেৰে অপেক্ষা দেশবাসীৰ

সমগ্ৰ দেশবাসীয়ে চাবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি থকা দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। ঘোষণা অনুসৰি ৭০খন আসনযুক্ত কেন্দ্ৰ-শাসিত...

Read moreDetails

লিডু বাৰ্মা কেম্পত পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, আনগৰাকীৰ অৱস্থা সংকটজনক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পৰ সমিপৱৰ্তী ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া এক ভয়ংকৰ পথ...

Read moreDetails

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে অচিৰেই আইনী ব্যৱস্থা!

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক তেওঁৰ মায়ামৰা সমাজ-বিদ্বেষী মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ ১৫ দিনৰ সময় বান্ধি দিছে যোৰহাট জিলা মায়ামৰা সাংস্কৃতিক...

Read moreDetails

NRC-ত নাম নাথাকিলেও ডিটেনশ্যন কেম্পলৈ পঠাব নোৱাৰিব শিশুক, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি হোৱা এক শুনানিৰ অন্তত ন্যায়ালয়ে যিসকল শিশুৰ এন আৰ চিত নাম অন্তৰ্ভূক্ত হোৱা নাই...

Read moreDetails

বৰ্ষাপাৰাত অসমৰ সন্মান উটুৱাই দিয়াৰ পিছত ঘটনাৰ পৰ্যালোচনা কৰিব এ চি এই

হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰি ক্ৰিকেট পিটছ শুকুৱাৰ চেষ্টা চলোই তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা অসম ক্ৰিকেট সন্থাই...

Read moreDetails
Page 3799 of 5978 1 3,798 3,799 3,800 5,978

Stay Connected

Recent News