কেন্দ্ৰৰ আন এটা ষড়যন্ত্ৰ! CAA-ৰ অধীনত নাগৰিকত্ব প্ৰক্ৰিয়া online কৰি ৰাজ্যৰ ভূমিকা শূন্য কৰাৰ চিন্তা

দেশবাসীৰ গৰিষ্ঠ সংখ্যক নাগৰিকৰ অমতত জাপি দিয়া নাগৰিকত্ব (সংশোধন) আইনখনক লৈ আন এক ষড়যন্ত্ৰত লিপ্ত হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ। পূৰ্বৰ...

Read moreDetails

বিজেপি-অগপৰ কাৰ্যালয় জ্বলাই দিয়া তিনিজন দুষ্কৃতিকাৰীক আটক

নাগৰিকত্ব সংশোধনী বিধেয়ক(আইন) গৃহীত হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ঢকুৱাখানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিধেয়ক বাতিলৰ দাবীত হিংসাত্মক...

Read moreDetails

দৰঙত ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম মুগাসূতা কটা প্ৰকল্প স্থাপন

নতুন বছৰটোৰ প্ৰাক ক্ষণত ৩১ ডিচেম্বৰত দৰং জিলাই লাভ কৰিছে ৰাজ্যৰ বৃহত্তম মুগাসূতা কটা প্ৰকল্প। ৩০ কোটি টকীয়া এই প্ৰকল্পটো...

Read moreDetails

নৱবৰ্ষৰ প্ৰথম দিনটোতে “আমি কা নামানো, কেতিয়াও নামানো” বুলি সংকল্প ল’বলৈ জনসাধাৰণক আছু-৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে অসমৰ জনসাধাৰণক আজি নতুন বছৰ (২০২০)ৰ প্ৰথম দিনটোতে “আমি কা নামানো, কেতিয়াও...

Read moreDetails

নতুন বছৰত অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ হকে সংকল্প ল’বলৈ আহ্বান ছাত্ৰ মুক্তিৰ

'ইংৰাজী নৱবৰ্ষ হওঁক অসম আৰু অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ সংকল্প।' অসমবাসীলৈ এই আহ্বান ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। ছাত্ৰ...

Read moreDetails

নতুন বছৰৰ সুখবৰ! অসমত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আশাৰ সঞ্চাৰ কৰি যোৱা দুবছৰত অসমত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে বুলি ‘ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপ’ৰ্ট ২০১৯-ৰ...

Read moreDetails

দৰং আৰক্ষীৰ জালত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ দুগৰাকী যুৱক

নৱ বৰ্ষৰ প্ৰাকক্ষণত নিষিদ্ধ দ্ৰব্য সহ দুগৰাকী যুৱক মঙলবাৰে দৰং আৰক্ষীৰ জালত পৰে। দৰং আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি...

Read moreDetails

চীনত গৰ্ভস্থ কেঁচুৱাৰ জিনীয় সম্পাদনেৰে চাঞ্চল্য সৃষ্টি কৰা চিকিৎসা-বিজ্ঞানীক কাৰাদণ্ড

হী জিয়ানকুই- প্ৰায় এবছৰ আগতে জন্মৰ পূৰ্বে কেঁচুৱাৰ জিনীয় সালসলনি কৰা বুলি ঘোষণাৰে বিশ্বক সচকিত কৰা এই নামৰ চীনৰ গৱেষক...

Read moreDetails

বৰপেটা কাৰাগাৰত শৃংখল চলিহা; পৰিয়ালক হাৰাশাস্তিৰ লক্ষ্যৰে শৃংখলক বৰপেটা কাৰাগাৰলৈ প্ৰেৰণৰ অভিযোগ মাতৃৰ

নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণেৰে চৰকাৰক ব্যতিব্যস্ত কৰা অসমৰ কেইবাগৰাকী প্ৰতিবাদী কণ্ঠক কাৰাৰুদ্ধ কৰি বিজেপি নেতৃত্বাধীন...

Read moreDetails

ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অজনজাতীয় লোকক উচ্ছেদৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লক সমূহত মাটি দখল কৰি থকা সকলো অজনজাতীয় লোকক তাৰ পৰা উচ্ছেদ কৰাৰ...

Read moreDetails
Page 3815 of 5979 1 … 3,814 3,815 3,816 … 5,979

Stay Connected

Recent News