কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ান আৰু ২১০ কোব্ৰা ৰেজিমেণ্টে বিশেষ সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা ভাৰত-ভূটান সীমান্ত অঞ্চলত বৃহৎ অভিযান চলায়। পুৱতি...
Read moreDetailsবিশ্ব চেম্পিয়নশ্বিপত তাৰকা দৌৰবিদ হিমা দাসৰ অংশগ্ৰহণক লৈ গভীৰ অনিশ্চয়তাই দেখা দিছে। ভাৰতীয় এথলেটিকছ ফেডাৰেচনে বিশ্ব চেম্পিয়নশ্বিপলৈ ঘোষণা কৰা ভাৰতীয়...
Read moreDetailsৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত গৈ ৰক্তদান কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে পালন কৰা...
Read moreDetailsবাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনাৰ নিৰ্দেশ অনুসৰি বাংলাদেশ বোৰ্ডাৰ গাৰ্ড চমুকৈ বি জি বিয়ে সকলোবোৰ সীমান্ত খুটিৰ পৰা পাকিস্তানৰ নাম...
Read moreDetailsনগাঁৱৰ চামগুৰি অঞ্চলত এতিয়া দিনকদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। বিভিন্ন অপৰাধীৰ ৰম্যভূমিস্বৰূপ হৈ পৰা চামগুৰিত শুকুৰবাৰে গোপন সুত্ৰৰ পম খেদি...
Read moreDetailsৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সকলোৱে নিজৰ নাম চাব পৰাকৈ চূড়ান্ত তালিকা আজি প্ৰকাশ কৰা হ’ব। আজি প্ৰকাশ পাবলগীয়া এন আৰ চিৰ...
Read moreDetailsবাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই অহা অক্টোবৰৰ ৩ তাৰিখৰ পৰা ৬ তাৰিখলৈ ভাৰত ভ্ৰমণলৈ আহিব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ...
Read moreDetailsভাৰতৰ বিভিন্ন বেংকত নিয়োগৰ বাবে IBPS য়ে ১২,০৭৫ টা কেৰাণী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ২০২০ চনৰ এপ্ৰিল...
Read moreDetailsযোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি। অসমৰ বিভিন্ন জিলাৰ...
Read moreDetailsবৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰিত ধৰ্মেন্দ্ৰ মেধি(২৯)নামৰ এগৰাকী টেট শিক্ষকে শুকুৰবাৰে আত্মহত্যা কৰাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd