গুৱাহাটীত ৰাতিপুৱাই OLA ড্ৰাইভাৰে এই বিশেষ কাইদাৰে লুটিলে যাত্ৰীক; আপোনাৰ লগত হ’লে কি কৰিব

ভাৰতৰ বিভিন্ন ঠাইত ওলা ড্ৰাইভাৰে যাত্ৰীক কৰা হাৰাশাস্তিৰ বিষয়ে শুনি আহিছে এইবাৰ স্বয়ং গুৱাহাটী মহানগৰীত ওলা ড্ৰাইভাৰে লুটিলে যাত্ৰীক। বৃহস্পতিবাৰে...

Read moreDetails

অসমত নাই এজনো বিদেশী : মুছলিম ছাত্ৰ সন্থা

অসমত কোনোধৰণৰ বিদেশী নাই। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰি আছে। এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথোঁ...

Read moreDetails

বৃহৎ নদী বান্ধৰ বিৰোধিতা অগপৰ; দলে যিকোনো সময়তে ল’ব পাৰে যিকোনো সিদ্ধান্ত

অসম গণ পৰিষদৰ সভপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই বুধবাৰে ২০০০ মেগাৱাট ক্ষমতাযুক্ত নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে।...

Read moreDetails

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সেইগৰাকী খেলুৱৈৰ স্মৃতিত যাৰ হকী ষ্টিকত চুম্বক থকা বুলি ভাঙি পেলোৱা হৈছিল

হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যানচান্দৰ ১১৪ সংখ্যক জন্মদিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।...

Read moreDetails

বৰ্ধমান বিস্ফোৰণৰ গোচৰত বাংলাদেশৰ চাৰিজন, অসমৰ তিনিজন জেহাদীকে ধৰি মুঠ ১৯ জনক দোষী সাব্যস্ত নিয়াৰ আদালতৰ

পশ্চিম বংগৰ বৰ্ধমানত ২০১৪ চনত সংঘটিত বিস্ফোৰণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আদালতে বুধবাৰে চাৰিজন বাংলাদেশী, ছাহানুৰ আলমসহ অসমৰ তিনিজনকে ধৰি...

Read moreDetails

আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন

দেশৰ আৰ্থিক অৱস্থা ক্ৰমান্বয়ে বেয়াৰ দিশে গতি কৰি থকাৰ সময়তে আজি এক অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী...

Read moreDetails

সভাপতি পদৰ বাবে ৰাজেন গোহাঁই-ৰূপক শৰ্মাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা

নগঁও লোকসভা সমষ্টিৰ টিকট বিচাৰি বিজেপিৰ দুই নেতা ৰাজেন গোহাঁই আৰু ৰূপক শৰ্মাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলাৰ পাছত এইবাৰে নগাঁও...

Read moreDetails

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মেগজিনসহ থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা বাহিনীৰ লোকে উদ্যানৰ সীমান্তৱৰ্তী ২নং কছাৰি ভেটিটপ গাঁৱৰ এটা পুখুৰীৰ...

Read moreDetails

পশ্চিম খাচি পাহাৰত আৰক্ষীৰ অভিযানত ৮৫০ কিলোগ্ৰাম গাঞ্জা জব্দ

পশ্চিম খাচি পাহাৰীয়া জিলা আৰক্ষীৰ এণ্টি নাৰ্কোটিক টাস্ক ফোৰ্চে মঙলবাৰে সন্ধিয়া  চলোৱা দুটা সফল অভিযানত ৮৫০ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ...

Read moreDetails

অৱশেষত সফল হ’ল শিৱসাগৰ আৰক্ষী; নামঘৰৰ চুৰিৰ লগত জড়িত চোৰক গ্ৰেপ্তাৰ

শিৱসাগৰৰ পোন্ধৰটাৰো অধিক নামঘৰত চুৰি কাৰ্য কৰি শিৱসাগৰৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰা গভাইট চোৰ ৰিজু বুঢ়াগোহাঁইক আজি শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ...

Read moreDetails
Page 4126 of 5974 1 4,125 4,126 4,127 5,974

Stay Connected

Recent News