আলফাৰ ৰাজনৈতিক দল খোলাৰ পৰিকল্পনাত আউল; মিথিংগা দৈমাৰীৰ বিৰোধ

২৭ জুলাইৰ চহিদ দিৱসৰ কাৰ্য্যসূচীত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলফাৰ দ্বাৰা এটা নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ ইংগিত দিছিল...

Read moreDetails

জুবিনৰ ‘কাঞ্চনজংঘা’ৰ বিৰুদ্ধে চেনচৰ ব’ৰ্ডৰ কাষ চাপিব ‘ব্ৰাহ্মণ সমাজ’

নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো জুবিন গাৰ্গৰ প্ৰতি নৰম হোৱা নাই অসমৰ ব্ৰাহ্মণ সমাজ। এইবাৰ সদৌ অসম ব্ৰাহ্মণ...

Read moreDetails

প্ৰকৃতিৰে কথা পতা মানুহ মনোজ গগৈলৈ ‘ইণ্ডিয়া ষ্টাৰ পেশ্যন এৱাৰ্ড-২০১৯’

আহত বনৰীয়া পশু-পক্ষী, সাপ আদি উদ্ধাৰ কৰাৰ লগতে সেইবোৰৰ সৈতে্ বিৰল আত্মীয়তা গঢ়ি বিস্মিত কৰা প্ৰকৃতিপ্ৰেমী মনোজ গগৈলৈ আগ বঢ়োৱা...

Read moreDetails

অসম চুক্তিৰ ৬ নং দফা বিষয়ক উচ্চস্তৰীয় সমিতিত থাকিব শিক্ষাবিদ মৃণাল মিৰি

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে শেহতীয়াকৈ গঠিত ১৩ জনীয়া উচ্চস্তৰীয় সমিতিৰ এগৰাকী অন্যতম সদস্য শিক্ষাবিদ মৃণাল মিৰিয়ে সমিটিখনত থাকিব...

Read moreDetails

কাকপথাৰত চোৰাং কয়লাভৰ্তি ডাম্পাৰ জব্দ; দুজনক আটক

তিনিচুকীয়া জিলাত অব্যাহত থকা চোৰাং কয়লাৰ ব্যৱসায় বন্ধ কৰিবলৈ অসম চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰাৰ পিছতো জিলাখনত এতিয়াও পূৰ্গগতিত চলি আছে...

Read moreDetails

কাজিৰঙাত পহৰা দিয়া প্ৰশিক্ষিত কুকুৰ কোৱামীলৈ আন্তঃৰাষ্ট্ৰীয় সংগঠন ‘ট্ৰেফিক’ৰ বিশেষ বঁটা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা প্ৰতিৰোধৰ বাবে বনকৰ্মী সকলৰ দুঃসাহসিক অভিযানৰ লগতে আৰক্ষী আৰু সৰ্বসাধাৰণৰ সৈতে এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই...

Read moreDetails

বিজেপিত যোগ দি নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিব ছাত্ৰ নেতা প্ৰবীণ বৈশ্যই

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ বৈশ্যই অতি সোনকালে বিজেপিত যোগদান কৰিব। কিন্তু দলটোৰ মজিয়াৰ পৰাই তেওঁলোকৰ “ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি” নাগৰিকত্ব...

Read moreDetails

অসমৰ বানপীড়িতৰ অৰ্থে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ বৰঙণি হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ

দুৰ্গত সকলৰ সহায়ৰ বাবে উৎসৰ্গিত মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আজি ৰাজ্যখনৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান, নাগৰিকে বৰঙণি আগবঢ়ায়। ইয়াৰ ভিতৰত হুণ্ডাই মটৰ...

Read moreDetails

সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বড়ো লেখক প্ৰদীপ ৰাজা ব্ৰহ্মৰ দেহাৱসান

বিশিষ্ট বড়ো লেখক, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰদীপ ৰাজা ব্ৰহ্মৰ আজি দেহাৱসান ঘটে। আজি পুৱা কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পাতালত তেওঁ...

Read moreDetails

ডিটেনচন কেম্পৰ “বিদেশী”ৰো নাম আছে এন আৰ চিত: শিলাদিত্য দেবৰ তথ্য

“ডিটেনচন কেম্পত থকা বিদেশীৰ লগতে পৰিয়ালৰ নামো সনিৱিষ্ট হৈছে এন আৰ চিত।” মঙলবাৰে এই গুৰুতৰ অভিযোগ কৰিছে হোজাইৰ বিজেপি বিধায়ক...

Read moreDetails
Page 4204 of 5973 1 4,203 4,204 4,205 5,973

Stay Connected

Recent News