ধন লুটৰ ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা এজন যুৱকক আদালতৰ পৰা আৰক্ষীৰ জিম্মাত লৈ নগাঁও টাউন আৰক্ষীয়ে অকথ্য নিৰ্যাতন...
Read moreDetails‘‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত যি ধাৰাবাহিক আন্দোলন চলি আছে, সেয়া গুৰুত্বহীন। কিয়নো অসমৰ ৰাইজে আমাৰ চৰকাৰ বনাইছে আৰু আমি...
Read moreDetailsহিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত ৰাজ্যত এতিয়াও চলি আছে প্ৰতিবাদ। সোমবাৰে সন্ধিয়া শিৱসাগৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি...
Read moreDetailsমুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰাসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে...
Read moreDetailsসোমবাৰে নিশা ৯.৩০ মান বজাত শিৱসাগৰত সংঘটিত এক পথ দুৰ্ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। শিৱসাগৰ নগৰৰ সমীপৰ কুকুৰাপহীয়া অঞ্চলত...
Read moreDetailsজাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদান কৰাৰ যো-জা চলাই থকা কাৰ্যৰ তীব্ৰ...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত তোলপাৰ লাগি থকাৰ সময়তে কটন বিশ্ববিদ্যালয়ৰ চৌহদত পশ্চিমবংগৰ বিজেপি নেতাৰ আগমনক কেন্দ্ৰ কৰি সৃষ্টি হ'ল...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মিত্ৰতা ত্যাগ কৰা অগপই চৰকাৰখন গঠন হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে বিৰোধীৰ আসনত বহিব। বিজেপিৰে...
Read moreDetailsশ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী আছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত-বৈষ্ণৱক...
Read moreDetailsবিগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনৰ দিনাই অৰ্থাৎ ৫ ডিচেম্বৰত ঢেকিয়াল অঞ্চলৰ হাবিয়াল গাঁৱত আৰক্ষীৰ গুলীচালনাত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd