গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা; মহিলাসহ চাৰিজন লোকক আটক

নিষিদ্ধ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আজি পুৱা প্ৰায় ৮ মান বজাত গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেশ্যনত জি আৰ পি এছে চলোৱা...

Read moreDetails

বঞ্চিত যোগ্য অসমীয়া বিজ্ঞানী : লবীৰ বলত নেইষ্টৰ সঞ্চালক পদত পুনৰ অনা অসমীয়া ব্যক্তি

যোৰহাটত থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা-প্ৰতিষ্ঠান (নেইষ্ট)তপুনৰ অনা-অসমীয়া লবীয়ে প্ৰভুত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত এইবাৰো নিযুক্তি পালে...

Read moreDetails

আদিবাসী এলেকাত বিজেপি, বি পি এফৰ প্ৰৱেশ নিষিদ্ধ ছয় জনগোষ্ঠীয় সংগঠনৰ

আদিবাসীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিহিত কৰি বিজেপি আৰু মিত্ৰদল বি পি এফক আদিবাসী অধ্যুষিত...

Read moreDetails

গোৱালপাৰাৰ মাজ জাখিলীত কেন্দ্ৰীয়ভাৱে আয়োজন ৫০৯ সংখ্যক ‘চিলাৰায় দিৱস’

আজি মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জয়ন্তী।  অসমৰ বিভিন্ন প্ৰান্তত মহাবীৰগৰাকীৰ জয়ন্তী উদয়াপনৰ আয়োজন কৰাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মাজ জাখিলীত সোমবাৰৰ...

Read moreDetails

বিগত দুবছৰত অসমত সংঘটিত হৈছে ৩১৬ টা যৌতুকৰ বাবে মৃত্যুৰ ঘটনা

বিগত দুবছৰত অসমত যৌতুকৰ বাবে ৩১৬ গৰাকী মহিলাৰ মৃত্যু হৈছে। তদুপৰি, এই সময়ছোৱাত যৌতুকজনিত কাৰণত মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ২,১৮৫টা গোচৰ...

Read moreDetails

ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসমৰ লাভলিনা আৰু ফাইলু বসুমতাৰী

বুলগেৰিয়াৰ ছ’ফিয়াত চলি থকা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত অসমৰ লাভলিনা বৰগোহাঁইৰ লগতে আন এগৰাকী মহিলা বক্সাৰ ফাইলু বসুমতাৰীয়ে...

Read moreDetails

অমিত শ্বাহক প্ৰত্যাহ্বান আছু, নেছ’ৰ : কোনো পধ্যেই মানি লোৱা নহ’ব জাতিধ্বংসী বিধেয়ক

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ তীব্ৰ আন্দোলন-প্ৰতিবাদৰ পাছত ৰাজ্যসভাত জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক উত্থাপনত ব্যৰ্থ হোৱা নৰেন্দ্ৰ মোদীৰ চৰকাৰে পুনৰ বিধেয়কখনৰ...

Read moreDetails

ভূমি সংৰক্ষণ বিভাগত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া : মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

বৰপেটাৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত সোমবাৰে আকস্মিকভাৱে উপস্থিত হোৱা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিভাগটোত অচিৰেই খালী হৈ...

Read moreDetails

বিশ্ব বিখ্যাত স্প’ৰ্টছ ব্ৰেণ্ড ‘পিউমা’ৰ সৈতে চুক্তিবদ্ধ হ’ল বক্সাৰ মেৰীকম

ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন তথা ২০১২ অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰিকমৰ বাবে আন এক সুখবৰ। অৱশ্যে...

Read moreDetails

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক ‘বিজু ফুকন বঁটা’ প্ৰদান

অসমীয়া চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা বিষ্ণু খাৰঘৰীয়াক সোমবাৰে ৰাজ্য চৰকাৰে ২০১৯ বৰ্ষৰ বিজু ফুকন বঁটাৰে সন্মানিত কৰে। ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত...

Read moreDetails
Page 4605 of 5969 1 4,604 4,605 4,606 5,969

Stay Connected

Recent News