‘গণতন্ত্ৰ’ উদযাপনৰ দিনটোতে খানাপাৰাত চৰকাৰে কাঢ়িলে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ!

ভাৰত গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ আজিৰ দিনটোতে গণৰাজ্য দিৱস পাতিবলৈ গৈ ৰাজ্য চৰকাৰে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ...

Read moreDetails

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত ওলোমা দলং ভাঙি অৰ্ধ-শতাধিক আহত

বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ বনভোজস্থলী ন-মৰাৰ ওলোমা দলং ভাঙি আজি বহুকেইজন আহত হ'বলগীয়া হয়। জানিব পৰা মতে আহতৰ সংখ্যা...

Read moreDetails

চামগুৰিত বিধেয়ক বাতিলৰ দাবীত বাংলভাষী লোকৰ জোঁৰ সমদল

সমগ্ৰ ৰাজ্যৰ চাৰিওফালে বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি থকাৰ সময়তে চামগুৰিতো আজি বিধেয়কৰ বিৰোধিতাৰে ওলাই আহে বাঙলাভাষী...

Read moreDetails

ৰঞ্জিত দাসৰ পতাকা-বিজুতি কাণ্ডত দলীয় বিষয়বাব হেৰুৱালে অসম বিজেপিৰ কাৰ্য্যকৰ্তাই

৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি দলৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ গৈ...

Read moreDetails

গণৰাজ্য দিৱসত নাগৰিকক অপমান কৰাৰ অধিকাৰ ক’ত পালে মুখ্য মন্ত্ৰী সোণোৱালে?

ক্ৰমবৰ্ধমান, জনবহুল গুৱাহাটীৰ বুকুত ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ শ্ৰদ্ধাঞ্জলি কানন উশাহ লোৱাৰ অকমান মুকলি ঠাই মহানগৰবাসীৰ। অন্ততঃ সেই উদ্দেশ্যেৰেই উদ্যানখনৰ ব্যৱস্থা...

Read moreDetails

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক ‘গণৰাজ্য দিৱস সাংবাদিকতা’ বঁটা প্ৰদান

জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক আজি গণৰাজ্য দিৱসৰ দিনটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘গণৰাজ্য দিৱস সাংবাদিকতা’ বঁটা প্ৰদান কৰে। ৭০...

Read moreDetails

ক’লা পতাকাৰ আতংকই দিল্লীকো চুলেগৈ; আৰক্ষীয়ে ৰাতিয়েই দিল্লীৰ হোটেলৰ পৰা উঠাই নিলে অসমৰ ৭জন প্ৰতিবাদকাৰীক

ৰাজ্যত ক’লা পতাকাৰ আতংকই শাসক দলৰ মন্ত্ৰী-বিধায়ক, নেতাক খেদি ফুৰাৰ সময়তে দিল্লীকো ত্ৰস্ত কৰিলে অসমৰ প্ৰতিবাদৰ আতংকই। ফলত ক’লা পতাকা...

Read moreDetails

গণৰাজ্য দিৱসৰ দিনাই বিধেয়ক বাতিলৰ দাবীত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদী সমদল

গণৰাজ্য দিৱসৰ দিনাই কেইবাটাও দল-সংগঠনৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে তিনিচুকীয়া জিলাৰ পেঙেৰী...

Read moreDetails

আমিনগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ

কামৰূপ (গ্রাম্য) জিলাৰ আমিনগাঁৱত আজি গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে উদ্যোগ, বাণিজ্য,পৰিবহন তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে। দেশৰ...

Read moreDetails

শিৱসাগৰত উলহ মালহেৰে ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি উলহ মালহেৰে ৭০ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হয় গণৰাজ্য...

Read moreDetails
Page 4664 of 5967 1 4,663 4,664 4,665 5,967

Stay Connected

Recent News