গুৱাহাটীত বলীউদৰ তাৰকা মালাইকা, জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ

গুৱাহাটীত আজি বলীউদৰ দুগৰাকীকৈ জনপ্ৰিয় তাৰকাৰে সমাৱেশে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। বৰঝাৰ বিমানবন্দৰত প্ৰথমতে আহি উপস্থিত হোৱা বলীউদৰ...

Read moreDetails

শীঘ্ৰেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব : বৰাকবাসীক আশ্বাস দিলে মোদীয়ে

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাই আজি শিলচৰত উপস্থিত হোৱা প্ৰধান মন্ত্ৰী মোদীয়ে এখন সভাত ভাষণ দি ঘাইকৈ হিন্দু বাঙালীসকলক...

Read moreDetails

কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব চিবিএছইয়ে

ভাৰতৰ শৈক্ষিক মানদণ্ড উন্নীত কৰাৰ বাবে মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় পৰিষদে (Central Board of Secondary Education) অলপতে এটা অভিলাষী প্ৰকল্প হাতত...

Read moreDetails

পুনৰ আন্দোলনৰ বাবে সাজু প্ৰাথমিক শিক্ষক : ১১ জানুৱাৰিত ৰাজ্যজুৰি বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়

ন্যায্যপ্ৰাপ্তিৰ দাবীত বিদ্যালয়ৰ পাঠদান এৰি পুনৰ আন্দোলনৰ বাবে সাজু হৈছে প্ৰাথমিক শিক্ষক। ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আকৌ এবাৰ সৰৱ হৈ...

Read moreDetails

দঃ আফ্ৰিকাৰ জাম্বিয়াত হেৰাই গ’ল উপগ্ৰহ-চিহ্নিত আমুৰ ফেলকন

তামেংলং নামৰ উপগ্ৰহ-চিহ্নিত আমুৰ ফেলকনটো ইয়াৰ সুদীৰ্ঘ প্ৰৱ্ৰজন পথ অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাৰ জাম্বিয়া গৈ পোৱাৰ পাছত বৰ্তমান ই সংযোগ...

Read moreDetails

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে পুনৰ এক বিতৰ্কই গা কৰি উঠিছে

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমৰ শিলচৰ তথা উত্তৰ-পূব ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ এই ভ্ৰমণৰ পূৰ্বে...

Read moreDetails

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত মাজুলীত অঃ জাঃ যুঃ ছাঃ পঃৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ সমান্তৰালভাৱে আজি মাজুলীতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ...

Read moreDetails

তামুলপুৰত দিন দুপৰতে বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা লুটি নিলে ৯১,৭৭০ টকা

৩ জানুৱাৰিত বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ডিমিলাপাৰাত দিন দুপৰতে সংঘটিত এটা ডকাইতিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ...

Read moreDetails

মোক বাংলাদেশী বুলি কৈ ইতিকিং কৰাটো আছিল মোৰ বাবে অতি বেদনাদায়ক : ছিৰাজ

'বিগত দুবছৰো অধিক কাল ধৰি মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক সংকটত ভূগি সম্প্ৰতি জুৰুলা হৈ পৰিছোঁ। একাংশ মানুহে মোক বাংলাদেশী বুলি...

Read moreDetails

সন্দেহজনক নাগৰিকৰ দাদাগিৰি : উচ্ছেদৰ বাবে যোৱা ডি এফ অ’সহ বনকৰ্মীৰ দলক ভয়াবহ আক্ৰমণ

নগাঁও-শোণিতপুৰ জিলাৰ সীমামুৰীয়া বুঢ়াচাপৰি সংৰক্ষিত অভয়াৰণ্যৰ লাঠিমাৰী চৰত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে ৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails
Page 4723 of 5964 1 4,722 4,723 4,724 5,964

Stay Connected

Recent News