অৱশেষত ‘শূন্য সহনশীলতা’ৰ নীতি দেখুৱালে চৰকাৰে!  নগাঁৱৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসক নিলম্বন

অৱশেষত নগাঁৱৰ সবিতা দাস নামৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা ধন দাবীৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ শীৰ্ষ মহলে আজি জ্যেষ্ঠ...

Read moreDetails

চিকিৎসা নহয়, আই চি য়ুৰ ৰোগীক জি এম চি এইচ্ছৰ মাতাল চিকিৎসকে কৰিলে প্ৰহাৰ

মদৰ নিচাত আজি এগৰাকী জ্যেষ্ঠ চিকিৎসকে উদ্ভণ্ডালি সৃষ্টি কৰাক কেন্দ্ৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অভিযুক্ত...

Read moreDetails

কয়দীও হ’ব পাৰে বিশ্ববিদ্যালয়ৰ ট’পাৰ : প্ৰমাণ কৰিলে মঙলদৈ আৰু শিলচৰ কাৰাগাৰৰ আৱাসীয়ে

ক্ষণিকৰ ভুলৰ বাবে বহুতেই কাৰাগাৰত জীৱন কটাব লগীয়া হয়। কিন্তু তাৰ মাজতো অদম্য শক্তিৰ বাবে কম সংখ্যকে নিজৰ বিদ্যানুৰাগ আৰু...

Read moreDetails

বাক্সাত সেনাৰ ৰেডহৰ্ন ডিভিজনৰ দ্বাৰা চিকিৎসা শিবিৰৰ আয়োজন

ভাৰতীয় সেনাৰ ৰেডহৰ্ন ডিভিজনে ১৬ ছেপ্টেম্বৰত বাক্সা জিলাৰ সাউদৰভিটাত এটা চিকিৎসা শিবিৰৰ আয়োজন কৰে। এই চিকিৎসা শিবিৰৰ পৰা প্ৰায় ২৪০০...

Read moreDetails

বাক্সাৰ বগামাটিত উত্তৰ-পূব দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱৰ সফল সামৰণি

‘বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি এতিয়া অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ ভিতৰতেই এক আকৰ্ষণীয় ঠাই হিচাপে পৰিগণিত হৈছে। মই...

Read moreDetails

উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত ‘বিষ্ময় বালক’ অয়ন গগৈৰ আলোকচিত্ৰ প্ৰদৰ্শনী

অয়ন গগৈ গোহাঞি নামৰ ৪ বছৰীয়া শিশুটোৱে তোলা এলনি আলোকচিত্ৰৰ প্ৰদৰ্শনীয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অয়ন হৈছে উত্তৰ...

Read moreDetails

চৰকাৰী কৰ্মচাৰীৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে মানৱ সেৱা : নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু

নগাঁও জিলাৰ ৰহাৰ সমীপৰ চাপৰমুখস্থিত বি বি হানচুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য...

Read moreDetails

নগাঁৱৰ কাকমাৰি গাঁৱক পৰিস্কাৰ আৰু সেউজ কৰি ৰখাৰ প্ৰয়াস

অসম চৰকাৰৰ 'জনতাৰ চৰকাৰ My Gov Assam'ৰ উদ্যোগত আজি নগাঁও জিলাৰ বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত কাকমাৰি গাঁও পঞ্চায়তত 'সেউজ গাঁও-স্বচ্ছ গাঁও'...

Read moreDetails

‘ডিজিটেল ইণ্ডিয়া’ৰ দিনত কিমান ‘ডিজিটেল’ অসম আৰক্ষী?

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ‘ডিজিটেল ইণ্ডিয়া’ক অসম আৰক্ষীয়েনো কিমান গুৰুত্বসহ লৈছে? সমান্তৰালভাৱে ‘ডিজিটেলি’ কিমান ‘স্মাৰ্ট’ অসম আৰক্ষী? স্বাভাবিকতে মোদীৰ...

Read moreDetails

হোজাইত হিজবুল মুজাহীদিনৰ ৩জন সন্দেহজনক জেহাদীক গ্ৰেপ্তাৰ

জেহাদীৰ সন্দেহত হোজাই আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে। এওঁলোকক গ্ৰেপ্তাৰৰ লগে লগে হিজবুল মুজাহীদিনৰ সৈতে সম্পৰ্কিত গ্ৰেপ্তাৰৰ সংখ্যা ৭জন হৈছেগৈ।...

Read moreDetails
Page 4727 of 5647 1 4,726 4,727 4,728 5,647

Stay Connected

Recent News