আহোমৰ অন্তিমগৰাকী স্বৰ্গদেউৰ পৰিনাতি ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ পৰলোক

আহোম সাম্ৰাজ্যৰ অন্তিমগৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বংশধৰ এগৰাকী সুপৰিচিত লেখক ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ দেওবাৰে নিশা প্ৰায় ৮-৩০ বজাত গুৱাহাটীৰ...

Read moreDetails

বৰপেটাৰ সৰভোগত নৰ্থ ইষ্ট ৰে’লৰ খুন্দাত নিহত ৰে’লৱে কৰ্মচাৰী

দেওবাৰে নিশা বৰপেটা জিলাৰ সৰভোগৰ আৰক্ষী থানাৰ অন্তৰ্গত বেঁকী নদীৰ ওপৰত থকা ৰে'লৱে ব্ৰীজত সংঘটিত এক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত...

Read moreDetails

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত পপী ফুলৰ খেতি নিষিদ্ধ ঘোষণা প্ৰশাসনৰ

এন এছ চি এন (কে) ৰ নেতৃত্বত অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত মাৰাত্মক ড্ৰাগছ কানি প্ৰস্ততৰ বাবে কৰা পপী ফুলৰ খেতিৰ...

Read moreDetails

নুমলীগড়ত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ উদ্ধাৰ : এখন ইণ্ডিকা জব্দ

বোকাখাত আৰক্ষীয়ে দেওবাৰে ড্ৰাগচ ব্যৱসায়ৰ সৈতে জড়িত নুমলীগড়ৰ ছিৰাজ আহমেদৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে ঘৰৰ ভিতৰত একো নাপালেও ছিৰাজ...

Read moreDetails

বেতবাৰীত নিশা বাগৰিল ২২ চকীয়া ট্ৰাক; দুজন গুৰুতৰভাৱে আহত

শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত বেতবাৰী দিচাংঘাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়। ফলত দুজনকৈ লোক গুৰুতৰভাৱে...

Read moreDetails

শিৱসাগৰত শিক্ষয়িত্ৰীৰ মৃত্যু; আৰু কিমান শিক্ষকৰ মৃত্যু হ’লে হৃদয় গলিব পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰৰ

চৰকাৰৰ চৰম প্ৰতাৰণাৰ বলি হৈ পুনৰ শিৱসাগৰৰ আন এগৰাকী বেতন বঞ্চিত শিক্ষকে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। সুদীৰ্ঘ ৬ বছৰ বেতনৰ...

Read moreDetails

গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত চিটি বাছ দুৰ্ঘটনাগ্ৰস্ত : প্ৰায় ৩০ জন যাত্ৰী আহত

আজি পুৱতি নিশা প্ৰায় ৪ বজাত গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত এখন চিটী বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। এ এছ ০১-জি...

Read moreDetails

উচ্চ নিৰিখৰ মাচুল : শিক্ষণৰ গুণ-মান নহয়, ডিগ্ৰী বিক্ৰীৰ ৰমৰমীয়া ব্যৱসায়ত পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ বি এড কলেজবোৰ

চৰকাৰে মাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক কৰাৰ পিছতে ৰাজ্যখনত কাঠফুলাৰ দৰে হঠাতে যেনি-তেনি গজি উঠিল বি এড...

Read moreDetails

আৰ্থিক দৈন্যতাত বাক্সা বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰয়াত লৱ স্বৰ্গীয়াৰীৰ পৰিয়াল

নিজৰ জীৱনকালত বিজেপিৰ বাবে গাঁঠিৰ ধন ভাঙি, চাইকেল চলাই অতি দুৰ্গম অঞ্চললৈ গৈয়ো দলৰ হৈ কাম কৰা বাক্সা জিলা বিজেপিৰ প্ৰাক্তন...

Read moreDetails

মিছা আৰক্ষীৰ সফলতা : কলিয়াবৰৰ পৰা দুদিন পূৰ্বে অপহৃত টাটা ম’বাইল বাহন উদ্ধাৰ

মিছা আৰক্ষীয়ে অতি তৎপৰতাৰে আজি উদ্ধাৰ কৰে যোৱা ১৭ আগষ্টৰ ৰাতি কলিয়াবৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱা টাটা ম’বাইল ...

Read moreDetails
Page 4823 of 5642 1 4,822 4,823 4,824 5,642

Stay Connected

Recent News