মুকালমুৱা বাছ দুৰ্ঘটনা : পানীৰ তলত মৃতদেহৰ সন্ধানত আজিও উদ্ধাৰ অভিযান অব্যাহত

নলবাৰী জিলাৰ মুকালমুৱাৰ শনিবাৰে সংঘটিত বাছ দুৰ্ঘটনাস্থলীত আজিও উদ্ধাৰ অভিযান অব্যাহত আছে। শনিবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তাৎক্ষনিকভাৱে উদ্ধাৰ অভিযান...

Read moreDetails

সতী সাধনী নামেৰে বগীবিল দলং নামাকৰণ কৰাৰ দাবী বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ

বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ২০ অক্টোবৰত বোকাখাতত এখন নাগৰিক সভা অনুষ্ঠিত হয়। বােকাখাতৰ সাধনী ভৱনত অনুষ্ঠিত এই নাগৰিক...

Read moreDetails

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীত হোজাইৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্যৰ দেবৰ বিৰুদ্ধে বঙাইগাঁও জিলাৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমৰাণ...

Read moreDetails

ৰাইজৰ পক্ষত থিয় দি ১৭ নৱেম্বৰৰ গণ সমাৱেশ আয়োজনত বাধা প্ৰদান কৰিব চৰকাৰে

অৱশেষত ৰাইজৰ পক্ষত থিয় দি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থনত ২৬ টা বাঙালী সংগঠনৰ উমৈহতীয়া মঞ্চ, অসমৰ উদ্যোগত খানাপাৰাত ১৭...

Read moreDetails

আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা এক নতুন বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা!

কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদ ৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সৈতে ২২ অক্টোবৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় গৃহ...

Read moreDetails

বৰপেটাত দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কাঢ়ি নিলে ৩ লাখ টকা

বৰপেটাৰ মুখাৰিত শনিবাৰে মুক্তাৰ খান নামৰ এজন লোকক দুৰ্বৃত্তৰ এটা দলে মাৰপিট কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি প্ৰায় তিনি...

Read moreDetails

বৰ্ষাপাৰাৰ আজিৰ খেল স্মৰণীয় হৈ ৰ’ব এদিনীয়াত অভিষেক ঘটা ঋষভ পন্তৰ বাবে

ফলাফল নিৰ্বিশেষে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ আজিৰ খেলখন দুটা কথাৰ বাবে ইতিহাসৰ সাক্ষী হৈ ৰ’ব। প্ৰথম কথাটো হ’ল ষ্টেডিয়ামখন নিৰ্মাণ হোৱাৰ...

Read moreDetails

ষ্টেডিয়ামলৈ ঘোষণা নিৰ্দিষ্ট পথ, ভাৰত-ৱেঃ ইঃ খেল উপলক্ষে গুৱাহাটীত ট্ৰেফিকৰ নতুন নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেদিয়ামত হ’ব লগা ভাৰত-ৱেষ্ট ইণ্ডিজ এদিনীয়া খেলখনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ যান বাহনলৈ দেওবাৰৰ...

Read moreDetails

দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ভয়ংকৰ পৰিণাম : হত্যাকাৰীৰ মাকৰো মৃতদেহ উদ্ধাৰ

১৮ অক্টোবৰত সংঘটিত ডিমৌৰ দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনাই নতুন নতুন পৰ্যায়লৈ গতি কৰি থকা দেখা গৈছে। হত্যাকাৰীৰ ভায়েকক উত্তেজিত...

Read moreDetails

প্ৰতিবাদৰ বিষয় একেই : একেটা তাৰিখতে পৰিল ৪২টা সংগঠনৰ অসম বন্ধ আৰু অগপৰ বৃহৎ প্ৰতিবাদী সমদল

৪২টা সংগঠনৰ অসম বন্ধৰ সৈতে একেটা তাৰিখতে পৰিল অগপৰ বৃহৎ প্ৰতিবাদী সমদলৰ কাৰ্য্যসূচী। ফলত বিমোৰত পৰিছে কাৰ্য্যসূচী লওঁতা দল আৰু...

Read moreDetails
Page 4935 of 5960 1 4,934 4,935 4,936 5,960

Stay Connected

Recent News