অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

আপুনি ঠিকেই পঢ়িছে, অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা! বাস্তৱত নথকা এই বৃহৎ সংখ্যক শিশু-মহিলাই অসমৰ অংগনৱাড়ী কেন্দ্ৰত প্ৰতিদিনে...

Read moreDetails

চৰকাৰে শুদ্ধ তথ্য দিব নোৱৰাৰ বাবেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পৰা বঞ্চিত মাজুলী : যাদৱ পায়েং

শুদ্ধ তথ্য উপস্থাপনত ব্যৰ্থ হৈছে অসম তথা ভাৰত চৰকাৰ। যাৰফলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত মাজুলী বাৰম্বাৰ...

Read moreDetails

শিৱসাগৰত আকৌ চিট ফাণ্ড সদৃশ ব্যৱসায়ৰ জাল; Krushi Dhara নামৰ কোম্পানিয়ে গাইপতি ৩ হাজাৰকৈ সংগ্ৰহ কৰিছে লাখ লাখ টকা

সাৰদা, ৰ’জ ভেলি আদি চিট ফাণ্ডে অসমৰ ৰাইজৰ পৰা কোটি কোটি টকা লৈ উধাও হোৱাৰ পিছত বঞ্চিত, প্ৰতাৰিত ৰাইজৰ হা-হুমনিয়াহ...

Read moreDetails

ব্যতিক্ৰম মাচড’ৰ উদ্যোগত গহনা ডিজাইনাৰ অপৰাজিতা দাস বৰুৱাক সম্বৰ্ধনা

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ব্যতিক্ৰম মাচড'ৰ উদ্যোগত অপৰাজিতা দাস বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। পৰম্পৰাগত গহনা বিক্ৰী আৰু গহনা ডিজাইন কৰাৰ...

Read moreDetails

চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত : ৰে’ল চলাচল ব্যাহত

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত এখন মালবাহী ৰে’ল আজি দিনৰ ১১-২০ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয়। লামডিঙৰ পৰা...

Read moreDetails

নগাঁৱত শৈক্ষিক প্ৰমাণ পত্ৰত কাউন্টাৰ চহী প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিসংগতি

অবিভক্ত নগাঁও জিলাত ১১ টা প্ৰাথমিক শিক্ষাখণ্ড আছে।এই শিক্ষাখণ্ড সমূহৰ অধীনত কেইবা শতাধিক উচ্চ প্ৰাথমিক বিদ্যালয় আৰু নিম্ন প্ৰাথমিক বিদ্যালয় আছে।...

Read moreDetails

অনিলনগৰ, নবীননগৰ অথবা জু’ৰোড তিনিআলি নহয়, এইবাৰ কৃত্রিম বানত বুৰিল ডাউন টাউন

শুকুৰবাৰে এঘন্টা ধৰি দিয়া এজাক বৰষুণৰ ফলত জলমগ্ন হৈ পৰে মহানগৰীৰ ডাউন টাউনৰ সমগ্ৰ মটৰীয়া অঞ্চল। ডাউন টাউনৰ কৃষ্ণকান্ত সন্দিকৈ...

Read moreDetails

হেম বৰাৰ নতুন ছুটি ছবিৰ মহুৰত : বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন লোকেশ্যনত দৃশ্যগ্ৰহণ

সুদীৰ্ঘ দিনৰ পাছত অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উভতি আহিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা হেম চন্দ্ৰ বৰা ৷ ‘নিয়তি’ আৰু ‘সংকল্প’ নামৰ...

Read moreDetails

ওদালগুৰিত বসন্ত-ৰুবেলাৰ প্ৰতিষেধক লৈ অজ্ঞান হৈ পৰিল ৫ গৰাকী ছাত্ৰ-ছাত্ৰী

শুকুৰবাৰে ওদালগুৰি জিলাৰ হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০ ৰ পৰা ১০ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰি থকা অৱস্থাত...

Read moreDetails

মৰাণ-মটকৰ জনজাতিকৰণ : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰিব কেবিনেট উপ-সমিতিয়ে

ৰাজ্যখনৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ বিভিন্ন দাবী সন্দৰ্ভত শুকুৰবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত জনগোষ্ঠী দুটাৰ প্ৰতিনিধিৰ সৈতে মুখ্য মন্ত্ৰী...

Read moreDetails
Page 5121 of 5957 1 5,120 5,121 5,122 5,957

Stay Connected

Recent News