চামগুৰিত চিকিৎসকক প্ৰহাৰ কৰিবলৈ গৈ গুৰুতৰভাৱে আহত ৰোগীৰ উদণ্ড অভিভাৱক

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত "চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ"ৰ আয়ুৰ্বেদিক  বিভাগৰ এগৰাকী চিকিৎসকক আজি এগৰাকী ৰোগীৰ অভিভাৱকে উত্তেজিত হৈ...

Read moreDetails

খাৰিফ শস্যৰ ওপৰত নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্তক মুখ্য মন্ত্ৰী সোণোৱালৰ আদৰণি

মুখ্য মন্ত্ৰী সোণোৱালে অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ দ্বাৰা সকলো প্ৰকাৰৰ খাৰিফ শস্যৰ ওপৰত নিম্নতম সমৰ্থন মূল্য বৃদ্ধিৰ সিদ্ধান্তক আদৰণি জনাইছে।...

Read moreDetails

ৰঙাপৰাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

শোনিতপুৰৰ ৰঙাপৰাত আজি মালবিকা বনীয়া নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ৰেলৱে কলনিত সংঘটিত...

Read moreDetails

নীলোৎপল-অভিজিত কাণ্ড : মানৱতাৰ সন্ধানত গুৱাহাটীত আয়োজন ‘পীচ জেম’

নীলোৎপল-অভিজিত হত্যাৰ লগতে অসমত শেহতীয়াভাৱে সংঘটিত হোৱা দলবদ্ধ হিংসাই অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা উত্তেজনাৰ অৱসান কামনাৰে আৰু মানৱতাৰ...

Read moreDetails

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰাই বলে’ৰ গাড়ী চুৰি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত বাসগৃহৰ সন্মুখৰ পৰাই যোৱা নিশা এখন বলে'ৰ গাড়ী চুৰি হোৱা ঘটনাই...

Read moreDetails

কেৱল বিজেপি কৰ্মীয়েহে পাব চৰকাৰী ট্ৰেক্টৰ : মন্ত্ৰী পীযুষৰ মন্তব্যত জোকাৰণি ৰাজ্যত

ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজৰ সমবিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বাবে এতিয়া কেৱল বিজেপি কৰ্মীসকলক সন্তুষ্ট কৰাটোহে যেন প্ৰধান উদ্দেশ্য...

Read moreDetails

টংলাৰ ডন বস্কো উ: মা: বিদ্যালয়ত গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন ডি ডেন্স একাডেমিৰ

ডি ডেন্স একাডেমিৰ উদ্যোগত টংলাৰ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা গ্ৰীষ্ম নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে। মাহজোৰা এই কৰ্মশালাটোৰ...

Read moreDetails

এজাক বৰষুণতে বুৰ গ’ল নগাঁও চহৰৰ বহু অঞ্চল, ব্যাহত যাতায়াত

এজাক বৰষুণত নগাঁও চহৰৰ বহু কেইটা পথত একাঠু পানীৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। কালি সন্ধিয়া...

Read moreDetails

বাক্সাত সম্পন্ন অধিবিদ্যা পৰিষদৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ‘পাঠ প্ৰস্তুতি কৰ্মশালা’

বাক্সা জিলা অধিবিদ্যা পৰিষদৰ অধীনৰ নাগ্ৰীজুলি-ডেফেলী পৰীক্ষা পৰিষদৰ ১২ নং গোটৰ উদ্যোগত আজি ৪ জুলাইত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকসকলৰ...

Read moreDetails

মুখ্য মন্ত্ৰী সোণোৱালৰ বাসভৱনলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাইছে চৰকাৰৰ উন্নয়নৰ স্বৰূপ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়স্থিত বাসভৱনলৈ যোৱা পথটোৰ মাজত হোৱা খালসমূহত পানী জমা হৈ মাছ জীয়াব পৰা অৱস্থাৰ সৃষ্টি...

Read moreDetails
Page 5284 of 5953 1 5,283 5,284 5,285 5,953

Stay Connected

Recent News