আইন উলংঘকাৰী চালকৰ বিৰুদ্ধে যোৰাবাট থানাৰ যান-বাহন আৰক্ষীৰ অভিযান; তিনিমাহত সংগ্ৰহ চাৰি লাখ টকাৰ জৰিমনা  

গুৱাহাটী মহানগৰীৰ অন্যতম থানা হিচাপে পৰিচিত যোৰাবাট আৰক্ষী থানাৰ লগতে থানাৰ যান-বাহন শাখাই গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যাটো নিয়ন্ত্ৰণ কৰি অহাত...

Read moreDetails

মাজুলীত মৌ মাখিৰ আক্ৰমণত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আক্ৰান্ত

মৌ মাখিয়ে আজি মাজুলীত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। মৌ মাখিৰ অতৰ্কিত আক্ৰমনত অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই মাজুলীত...

Read moreDetails

২১ এপ্ৰিলত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ৭৯ তম প্ৰতিষ্ঠা দিৱস

অসম সংগ্ৰাহালয় সঞ্চালকালয়ে ইয়াৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ৭৯ তম প্ৰতিষ্ঠা দিৱসৰ লগতে ইণ্ডিয়ান আৰ্ট হিষ্টৰী কংগ্ৰেছৰ ২৬ তম প্ৰতিষ্ঠা দিৱস...

Read moreDetails

হায় সৰ্বশিক্ষা: হাফলঙৰ পৰাই চলিছে পাঁচটা ব্লক মিছনৰ কাৰ্যালয়

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ হকে নতুন নতুন নীতি গ্ৰহণ কৰাৰ বিপৰীতে এই ক্ষেত্ৰত সংশ্লিষ্ট...

Read moreDetails

ডিমৌৰ পৰা শিৱসাগৰলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা দেখুৱাইছে যাত্ৰীক

মৰণ ফাণ্ডত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ অতি গুৰুত্বপূৰ্ণ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা...

Read moreDetails

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডত ৫৮ টা খালী পদত নিযুক্তিৰ বাবে আৱেদন পত্ৰ আহ্বান

আছাম পেট্ৰ’-কেমিকেলছ লিমিটেডে ইয়াৰ ৫৮ টা খালী পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি উপযুক্ত প্ৰাৰ্থীৰ পৰা আৱেদন পত্ৰ আহ্বান কৰিছে। গ্ৰেজুৱেট...

Read moreDetails

কাৰ্বি আংলং জিলাৰ পাহাৰত চলা অবৈধ শিল খননে সংকট কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে অৱস্থিত কাৰ্বি আংলং জিলাৰ প্ৰসাৰিত পাহাৰীয়া...

Read moreDetails

অনিৰ্দিষ্ট কাললৈ আহ্বান জনোৱা ডিমা হাচাও ৰে’ল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ

বৃহস্পতিবাৰৰ পৰা ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ’ৰাম চমুকৈ আইএছএফৰ নেতৃত্বত ডিমা হাচাও জিলাত অনিৰ্দিষ্ট কাললৈ অৱলম্বন কৰা ৰে’ল অৱৰোধ কাৰ্যসূচী আজি ৰাতি পুৱা ১০ বজাৰ...

Read moreDetails

‘ধৰ্ষণ কাণ্ডত লিপ্ত থকা অপৰাধীক মৃত্যুদণ্ড দিব লাগে’ : ৰাজ্যপাল জগদীশ মুখী

ধৰ্ষণ তথা হত্যাৰ দৰে নিৰ্লজ্জ কাণ্ডত লিপ্ত থকা অপৰাধীক মৃত্যুদণ্ডৰ দৰে চৰম শাস্তি প্ৰদান কৰিব লাগে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে...

Read moreDetails

তামিলনাডুত অসমৰ যুৱতীক হাৰাশাস্তি কৰাৰ অভিযোগত ১০ জনক গ্ৰেপ্তাৰ

অসমৰ পৰা এগৰাকী ১৯ বছৰীয়া যুৱতীৰ অভিযোগৰ ভিত্তিত কেৱল মহিলা আৰক্ষীৰ দ্বাৰা গঠিত কেংগেয়াম নামৰ বাহিনীটোৱে তামিলনাডু মহিলা হাৰাশাস্তি প্ৰতিৰোধ...

Read moreDetails
Page 5557 of 5942 1 5,556 5,557 5,558 5,942

Stay Connected

Recent News