কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে অসমত অসম নাগৰিক সমাজ আৰু...
Read moreDetailsচুলি কটাৰ লগতে মাছ ধৰাৰ সুযোগ। এনে এক অনন্য চেলুনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে। আপোনালোকৰ বহুতেই হয়তো বহু...
Read moreDetailsএটিএমত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কিন্তু সেই জুই শ্বৰ্ট চাৰ্কিটৰ ফলত নহয়। জানিব পৰা মতে, দুষ্কৃতিকাৰীয়ে গেছ কাটাৰেৰে এটিএম লুটিবলৈ...
Read moreDetailsকোচবিহাৰ ট্ৰফীত ইতিহাস ৰচনা হ’ল। তাকো ফাইনেলত! কৰ্ণাটক বনাম মুম্বাইৰ ফাইনেলত ৰচিত হ’ল এক অনন্য অভিলেখ! ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনত...
Read moreDetailsদেওবাৰে পুৱা আমেৰিকাৰ হাৰ্টফোৰ্ডৰ এটা এপাৰ্টমেণ্টৰ পৰা উদ্ধাৰ কৰা হয় দুজন তেলেগু ছাত্ৰৰ মৃতদেহ। এজন তেলেংগানাৰ পৰা আমেৰিকালৈ গৈছিল। আনজন...
Read moreDetailsদেওবাৰে নিশা গোলাঘাট জিলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা হাতীৰ। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙীৰ লেটেকুজান অঞ্চলত সংঘটিত হৈছে এই ঘটনা।...
Read moreDetails২০২০ চনত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু হয়। এই দুখৰ খবৰত স্তম্ভিত হৈ পৰে সমগ্ৰ ফুটবল জগত। এই কিংবদন্তি...
Read moreDetails২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিএছপিয়ে। ‘মিত্ৰতা নাকচ’ কৰি মায়াৱতীয়ে দিলে ডাঙৰ বাৰ্তা। বিএছপিৰ অধ্যক্ষই কয়, ধৰ্মৰ আঁৰত...
Read moreDetailsদিল্লীৰ এটা ব্যক্তিগত কোম্পানীৰ চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তই কোম্পানীটোৰ এজন প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক দিল্লীৰ এখন পাঁচ...
Read moreDetailsৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাত্ৰ এসপ্তাহ বাকী। শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে ১১ হাজাৰৰো অধিক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd