উত্তৰ-পূব

বিশ্ববিদ্যালয়ৰ ভূমিৰ ওপৰত মন্ত্ৰী যোগেন মহনৰ হস্তক্ষেপ! উদ্বেগ প্ৰকাশ সচেতন মহলৰ

গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰী আৰু আন কেইগৰাকীমান ভূমি পট্টাধাৰী ব্যক্তিৰ এক ভূখণ্ডক লৈ সৃষ্টি হোৱা বিবাদত ৰাজ্যৰ ৰাজহ আৰু...

Read moreDetails

গুৱাহাটীত পঞ্চম মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ৫৩ বছৰীয়া মহিলাই

তিনিচুকীয়া জিলাৰ এগৰাকী ৫৩ বছৰীয়া মহিলাই গুৱাহাটীৰ এটা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে সন্ধিয়া...

Read moreDetails

মাৰে হৰি ৰাখে কোন! বন্দুক চাফা কৰি থাকোঁতেই ভুলতে গুলী ফুটি মৃত্যু ব্যৱসায়ী সদাগৰ বৰুৱাৰ

ধেমাজি ভাদ্ৰপাৰাত আজি পুৱা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। খবৰ অনুসৰি, সদাগৰ বৰুৱা নামৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ ধেমাজিৰ ভদ্ৰপাৰাত থকা...

Read moreDetails

পূজাৰ বেলুনো নুফুটে এনেকৈ,  আজি আকৌ নুনমাটিত ফুটিল পানীৰ পাইপ

মঙলবাৰে গুৱাহাটী মহানগৰীত আকৌ পানীৰ পাইপলাইন ফুটি যোৱা ঘটনা সংঘটিত হয়। লাভ কৰা তথ্য অনুসৰি বিয়লি নুনমাটি ২নং ছেক্টৰত এই...

Read moreDetails

ৰাইজে কান্দিব নোৱাৰে – কিশোৰ কুমাৰ কলিতা

“বুকুৰ বান্ধৈসকল, বিপ্লৱ কৰিবলৈ হ’লে আগতে নিজেই বিপ্লৱী হ’ব লাগিব। সৰ্বহাৰাক নেতৃত্ব দিবলৈ হ’লে আগতে নিজেও সৰ্বহাৰা হ’ব লাগিব। বিপ্লৱক...

Read moreDetails

২২ জুনৰ পৰা অম্বুবাচী মেলা, প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে জাৰী কৰিছে SOP

সমাগত অম্বুবাচী মেলা। ২২ জুনৰ নিশাৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা। কামাখ্যা ধামৰ পৰিচালনা সমিতিৰ লগতে অম্বুবাচী মেলাৰ বাবে সাজু...

Read moreDetails

আমি শান্তিৰ পক্ষত আছোঁ – নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে কয় যে চলি থকা ৰাছিয়া-ইউক্ৰেইন সংঘাতত ভাৰতে শান্তিৰ পক্ষত থিয় দিছে। ইতিমধ্যে এই কথা ৱাল ষ্ট্ৰীট...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী নমনাকৈ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰক – অসম নাগৰিক সমাজ

অসম নাগৰিক সমাজৰ প্ৰেছ বিবৃত্তি ক্ষমতালৈ আহিয়েই  হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে  বৰ উচ্চ-বাচ্য কৰিছিল। কিন্তু, সময় বাগৰাৰ লগে লগে চৰকাৰখনৰ...

Read moreDetails

দ্ৰুততাৰে গলিছে হিমালয়ৰ বৰফ! গংগা, ব্ৰহ্মপুত্ৰৰ ভৱিষ্যতকলৈও শংকা

প্ৰায় ২০০ কোটি মানুহৰ বাবে পানীৰ অন্যতম মূল উৎস হিমালয়ৰ হিমবাহবোৰ দ্ৰুতগতিত গলিছে। শেহতীয়া তথ্য অনুসৰি ২০১১ আৰু ২০২০ চনৰ...

Read moreDetails

গুৱাহাটী কমাৰ্চ কলেজৰ আজৱ নীতি! নামভৰ্তিৰ সময়ত বাধ্যতামূলক ৭০০ টকা মূল্য নামঘোষা ক্ৰয়!

মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা। অসমীয়া সমাজ জীৱনত মহাপুৰুষ দুজনাৰ অৱদান আৰু প্রভাৱ আজিও বিৰাজমান। মহাপুৰুষ মাধৱদেৱৰ শ্ৰেষ্ঠ সৃষ্টি নামঘোষাৰ...

Read moreDetails
Page 1104 of 6152 1 1,103 1,104 1,105 6,152

Stay Connected

Recent News