উত্তৰ-পূব

প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কাণ্ড! ৰেষ্টুৰেণ্টত সকলোকে খুওৱাৰ কথা দি বিল নিদিয়াকৈয়ে আঁতৰিল ট্ৰাম্প!

সকলোকে কথা দিছিল যে ৰেষ্টুৰেণ্টত খুৱাব। কিন্তু তেওঁলোকৰ খোৱাৰ বিলৰ কোনো ধন আদায় নিদিয়াকৈ কাটি খালে ড’নাল্ড ট্ৰাম্প! আমেৰিকাৰ প্ৰাক্তন...

Read moreDetails

কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা! নেপথ্যত প্ৰেমিকা

প্ৰেমিকাক লৈ বিবাদ। এসপ্তাহৰ পিছত ৰাজহুৱা স্থানত দিনৰ পোহৰতে হত্যা কৰা হ’ল ছাত্ৰক। তাকো কলেজৰ সন্মুখতে। দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্যভট্ট...

Read moreDetails

কেলেংকাৰীয়ে জোকাৰিছে কেদাৰনাথ! স্বয়ং পুৰোহিতেই কৰিলে ফাদিল; উত্তাল দেৱভূমি

উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ এজন জ্যেষ্ঠ পুৰোহিতে মন্দিৰৰ গৰ্ভগৃহৰ ভিতৰত সোণৰ আৱৰণৰ ব্যৱস্থা কৰাৰ নামত ১২৫ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ উত্থাপন...

Read moreDetails

‘যোগী-হিমন্তই ক্ষমা খুজিব লাগিব’; আদিপুৰুষক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণ শিৱসেনাৰ

কেৱল সংলাপ সলনি কৰিলেই নহ’ব৷ বৰঞ্চ বিজেপিৰ মুখ্যমন্ত্ৰীসকলেও দৰ্শকৰ অন্তৰত আঘাত দিয়াৰ বাবে ক্ষমা খুজিব লাগে। আদিপুৰুষ বিতৰ্কত নতুন দাবী...

Read moreDetails

চাণক্যৰ দুটা সৰু পৰামৰ্শ; জীৱনত আৰু আধৰুৱা নহ’ব আকাশলংঘী সফলতা

প্ৰতিজন ব্যক্তিয়ে জীৱনত সফল হ'ব বিচাৰে কিন্তু সেই সফলতাৰ পথ একেবাৰে সহজ নহয়। মানৱ জীৱন উত্থান-পতন আৰু প্ৰত্যাহ্বানৰে ভৰা। সফল...

Read moreDetails

প্ৰৱাসী ভাৰতীয়ৰ নামত মেডিকেলৰ আসন সংৰক্ষণে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বৃহৎ ক্ষতি কৰিবঃ ডি ৱাই এফ আই

প্ৰৱাসী ভাৰতীয় অৰ্থাৎ 'নন ৰেচিডেন্টল ইণ্ডিয়ান' (এন আৰ আই) ছাত্ৰৰ নামত ১২৬ খন (১০%) সংৰক্ষণ কৰি অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ...

Read moreDetails

জ্বলিছে মণিপুৰ, নিশ্চুপ মোদী: মন কি বাত কাৰ্যসূচীৰ সময়তে ট্ৰেঞ্জিষ্টৰ ভাঙি প্ৰতিবাদ জনতাৰ

ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি। হিংসাত্মক কাৰ্যকলাপৰ ফলশ্ৰুতিত অচল হৈ পৰিছে ৰাজ্যখনৰ জনজীৱন। কিন্তু এই ভয়াৱহ পৰিস্থিতিৰ পাছতো...

Read moreDetails

গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰক চৰকাৰে: দাবী আপৰ

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত হৈ থকা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা সোঁতে গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্ছন...

Read moreDetails

মাতাল, অচেতন যুৱতীক ফ্লেটলৈ লৈ গৈ ধৰ্ষণ! ব্ৰিটেইনত গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ ছাত্ৰ

ব্ৰিটেইনত এগৰাকী মাতাল তথা অচেতন যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাৰতীয় মূলৰ এগৰাকী ছাত্ৰৰ বিৰুদ্ধে। আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।...

Read moreDetails

অসমত বানপানী, আনহাতে যোৱা ৩ দিনত বিহাৰ, উত্তৰ প্ৰদেশত গৰমত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰীষ্ম প্ৰবাহৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। বিগত কিছুদিন ধৰি তীব্ৰ গৰম দহিছে উত্তৰ ভাৰত। যাৰ...

Read moreDetails
Page 1146 of 6191 1 … 1,145 1,146 1,147 … 6,191

Stay Connected

Recent News