উত্তৰ-পূব

লোকসভাৰ সমষ্টিৰ সীমা নিৰ্ধাৰণ, মহিলা বিধেয়ককলৈ INDIA মিত্ৰজোঁটৰ কি ৰণকৌশল? বুধবাৰে বৈঠক

অহা ১৬ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ অধিৱেশন। এই সময়ত বিজেপি নেতৃত্বাধীন এন ডি এয়ে মহিলা সুৰক্ষা আইন কাৰ্যকৰী...

Read moreDetails

বিয়া নে বিড়ম্বনা! ফুলশয্যাৰ নিশা দৰাৰ পৰা ৯০ লাখ টকা দাবী কইনাৰ, লগতে মৃত্যুৰ ভাবুকি!

প্ৰেমৰ চহৰ' আগ্ৰাত অদ্ভুত প্ৰতাৰণাৰ কাহিনী। বিয়াসম্পন্ন হৈছে মাত্ৰ। ফুলশয্যাৰ নিশা নৱবিবাহিতা পত্নীৰ ওৰণিখন আঁতৰাবলৈ চেষ্টা কৰিয়েই চৰম বিপাঙত পৰে...

Read moreDetails

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰবীণ কংগ্ৰেছ নেতা বেদব্ৰত বৰুৱাৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা বেদব্ৰত বৰুৱাৰ আজি ৯৭ বছৰ বয়সত দেহাৱসান ঘটে। বাৰ্দ্ধক্যজনিত শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ...

Read moreDetails

বুধবাৰে পৱন খেৰাৰ অগ্ৰিম জামিনৰ বিৰুদ্ধে অসম চৰকাৰৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক এসপ্তাহৰ অস্থায়ী অগ্ৰিম জামিন প্ৰদান কৰা নিৰ্দেশক প্ৰত্যাহ্বান জনাই অসম চৰকাৰে দাখিল কৰা...

Read moreDetails

সমীকৰণ সলনি! নীতিশে খালী কৰি দিয়া সিংহাসনত বিহাৰৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী

বিগত ২০ বছৰৰ সমীকৰণ সলনি কৰি বিহাৰৰ ৰাজনীতিত আৰম্ভ হৈছে এক নতুন অধ্যায়। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এতিয়া স্পষ্ট হৈ...

Read moreDetails

অত্যধিক নিষিদ্ধ ড্ৰাগছৰ বলি! আড়ম্বৰপূৰ্ণ ‘মিউজিক কনচাৰ্ট’ত দুই এম বি এ শিক্ষাৰ্থীৰ মৃত্যু

নিষিদ্ধ ড্ৰাগছৰ অতিমাত্ৰা সেৱন কৰি মৃত্যু হৈছে দুই এম বি এ শিক্ষাৰ্থীৰ! নিষিদ্ধ ড্ৰাগছ অত্যধিক সেৱনৰ বাবেই মৃত্যু হোৱা বুলি...

Read moreDetails

বিদায়, প্ৰিয় গোল্ডস্মিথ!

অমৃত কুমাৰ গোল্ডস্মিথ আৰু নাই। যোৱা কেইবছৰমান ধৰি তেওঁ অসুস্থ হৈ আছিল। যোৱা ১০ এপ্ৰিল নিশা তেওঁৰ দেহাৱসানৰ শোকাবহ খবৰটো...

Read moreDetails

গৰু বিহুৰ দিনাই অঘটন! গোৱালপাৰাৰ কৃষ্ণাই নদীত সলিল সমাধি দুই যমজ ভাতৃৰ

ৰাজ্যজুৰি গৰু বিহুৰ আনন্দ-উছাহ চলি থকাৰ মাজতেই আজি গোৱালপাৰা জিলাত এক শোকাবহ ঘটনা সংঘটিত হয়। জিলাখনৰ কৃষ্ণাইৰ ভোজমালা অঞ্চলত গৰু...

Read moreDetails

গৰু বিহুত ব্যৱহৃত দীঘলতি-মাখিয়তীৰ উপকাৰিতা জানেনে…

সমগ্ৰ ৰাজ্যবাসী এতিয়া হেঁপাহৰ ৰঙালী বিহুৰ উছাহত মতলীয়া হৈ পৰিছে। অসমীয়া নৱবৰ্ষৰ প্ৰতীক তথা কৃষিভিত্তিক এই উৎসৱৰ প্ৰথম দিনটো অৰ্থাৎ...

Read moreDetails

নিৰ্বাচনী প্ৰচাৰত শালীনতা হানিৰ অভিযোগ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দ্বাৰস্থ সুজাতা গুৰুং চৌধুৰী

নিৰ্বাচনী প্ৰচাৰত শালীনতাৰ সীমা অতিক্ৰম কৰি বিৰোধী প্ৰাৰ্থীৰ পৰিয়ালক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগত এতিয়া আইনী মেৰপেচত সোমাই পৰিছে মুখ্যমন্ত্ৰী ড°...

Read moreDetails
Page 127 of 6176 1 … 126 127 128 … 6,176

Stay Connected

Recent News