বিশ্বনাথ চাৰিআলিত পুনৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী৷ আৰক্ষীৰ গুলীত জাকিৰ হুছেইন ওৰফে জাগিৰ নামৰ কুখ্যাত গঁড় চিকাৰীটো গুলীবিদ্ধ হৈছে। নাগঁৱৰ জুৰীয়াৰ...
Read moreDetailsবটদ্ৰৱা থানা আক্ৰমণ তথা জ্বলোৱা ঘটনাৰ অন্যতম মূল অভিযুক্ত আশ্বিকুল ইছলামৰ দুৰ্ঘটনাত মৃত্যু হৈছে। আৰক্ষীয়ে নিশা আশ্বিকুলক লৈ তেওঁৰ জুৰীয়াৰ...
Read moreDetailsটছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ভুল প্ৰমানিত হ’ল ৰাজস্থান ৰয়েলছৰ। সঞ্জু চেমছনে যেন উইকেটৰ চৰিত্ৰ বুজি পোৱাত ভুল কৰিলে।...
Read moreDetailsবলিউডৰ বাদশ্বাহ শ্বাহৰুখ তনয় আৰিয়ান খান কাণ্ডত মুখথেকেচা খোৱাৰ পাছত এইবাৰ এনচিবিয়ে সংস্থাটোৰ কৰ্মীসকললৈ এক নতুন নিৰ্দেশনা প্ৰদান কৰিছে। এনচিবিৰ...
Read moreDetailsপঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা শুভদীপ সিং সিদ্ধু মুছেৱালাক অচিনাক্ত দুৰ্বৃত্তই আজি গুলীয়াই হত্যা কৰে। সাতাইশ বছৰীয়া গায়কজনক মানছাৰ...
Read moreDetailsঅসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী “এতিয়া অসমত দুজন চিফ আছে। এজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অন্যজন হৈছে কামাণ্ডাৰ...
Read moreDetailsST, SC আৰু OBC ৰ দৰে সংখ্যালঘুৰো থাকিব জাতিগত প্ৰমাণপত্ৰ। ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট...
Read moreDetailsশিলচৰ আৰক্ষীয়ে দেওবাৰে পুৱা ২৬ জন ৰহিংগীয়াক আটক কৰে। দলটোৱে শনিবাৰে ৰে'লযোগে দিল্লীৰ পৰা গুৱাহাটীৰ কামাখ্যা ষ্টেচনত উপস্থিত হৈছিল আৰু...
Read moreDetailsহিজাব বিতৰ্কই গা কৰি উঠা কৰ্ণাটকত পৰিস্থিতি স্বাভাৱিক হৈছিল যদিও শেহতীয়াকৈ পুনৰ ১২ গৰাকী হিজাব পৰিহিত ছাত্ৰীক শ্ৰেণীত উপস্থিত থাকিবলৈ...
Read moreDetailsদেশৰ বৃহত্তম স্বৰ্ণভাণ্ডাৰটোত চলোৱা হ'ব খনন। ইতিমধ্যে ভাৰত চৰকাৰৰ সংশ্লিষ বিভাগসমূহে এই সন্দৰ্ভত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ক'ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd