NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ । CIDত গোচৰ তৰিলে বৰ্তমানৰ NRC ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ...
Read moreDetailsবৰ্তমান এবিচিত থকা ৰাজীৱ ভৱন হবগৈ বিজনেছ কমপ্লেক্স। শুক্ৰবাৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিবাচনক লৈ অনুস্থিত কৰা এক সংবাদমেলত অসম প্ৰদেশ...
Read moreDetailsপথ সুৰক্ষা আৰু দুৰ্ঘটনা প্ৰতিৰোধ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ১৫ মে’ত গুৱাহাটীৰ পৰা সমগ্ৰ...
Read moreDetailsকাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছে। শুক্ৰবাৰে...
Read moreDetailsগুৱাহাটীৰ কৃষ্ণনগৰত এক চাঞ্চল্যকৰ ঘটনা। এজন ভাৰাতীয়াই ঘপিয়ালে ঘৰৰ মালিকক। কৃষ্ণনগৰৰ বিক্ৰমপুৰত ঘটিল এই হিংসাত্মক ঘটনা। ধৰণী ডেকা নামৰ ভাৰাতীয়া...
Read moreDetailsউজনিৰ পৰা নামনিলৈ এতিয়া বাৰিষাৰ বলীয়া বানে তাণ্ডৱ চলাইছে। নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। গুৱাহাটীৰ কাছাৰীঘাটত থকা ব্ৰহ্মপুত্ৰৰ...
Read moreDetails২০২০ চনতে টীয়কৰ চটাই চিনাতলী সংযোগী একমাত্ৰ পথটি টীয়ক সমষ্টিৰ বিধায়িকাই আধাৰশিলা কৰিছিল যদিও আজি ডেৰটা বছৰে পথটোৰ কাম সম্পূৰ্ণ...
Read moreDetailsহাজোৰ বুল্লুট চাৰিআলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৫-৬ জনীয়া এটা দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি হৈছে এটি পৰিয়াল। এই আক্ৰমণত...
Read moreDetailsদিল্লীৰ চৰকাৰী বিদ্যালয়ক সমালোচনা কৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত কি দৰে চলিছে চৰকাৰী বিদ্যালয়? চৰকাৰী বিদ্যালয় কিদৰে...
Read moreDetailsৰংজুলিত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে ৷ এফালে প্ৰৱল বৃষ্টিপাত, আনফালে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে আতংকত দিন কটাবলগীয়া হৈছে বাসিন্দাসকলে৷ ধনুভাঙাৰ জলাপাৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd